🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ All languages
See More Jesus

বাইবেলে জ্ঞানৰ বিষয়ে কি কয়? — দ্বিতীয় খণ্ড · ষ্ট্ৰংগৰ সংখ্যাসহ KJV শাস্ত্ৰ — বাইবেল কুইজ

For each reference below, choose what that verse teaches. Your score appears at the end.

This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.

Proverbs 1:7 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন ________ কৰে।
লুকুৱাই
হেয়জ্ঞান
শাস্তি
Proverbs 18:15 — বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু ________ লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
পাপী
বিপথে
জ্ঞানী
Proverbs 2:3 — তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে ________ স্বৰে ৰিঙিওৱা
উচ্চ
পাপী
প্ৰদীপ
Proverbs 2:5 — তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ ________ বিচাৰি পাবা।
আহাৰ
জ্ঞান
অনুগ্ৰহ
Proverbs 19:2 — জ্ঞানৰ অবিহনে অভিপ্রায় থকা ভাল নহয়; আৰু যি জনে ________ যায়, তেওঁ পথ হেৰুৱাই।
জীৱনময়
বেগেৰে
বেগাই
John 17:3 — এইটোৱে ________ জীৱন; একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক তেওঁলোকে যেন জানে।
অন্ধ
অনন্ত
বুজি
Philippians 3:8 — মোৰ প্ৰভু খ্ৰীষ্ট যীচুৰ জ্ঞানৰ উত্তমতাৰ কাৰণে, মই সকলোকে মূল্যহীন যেনহে মানিছো; আৰু তেওঁৰ কাৰণে সকলোকে ________ কৰিলোঁ, যাতে মই তেওঁক লাভ কৰিব পাৰোঁ৷
অগ্ৰাহ্য
পৰীক্ষা
শিশুটি
2 Corinthians 4:6 — যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো ________ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
ধৈৰ্য
মন-পালটন
আন্ধাৰৰ
Romans 1:28 — তেওঁলোকে ঈশ্ৱৰৰ অৱগত হবলৈ নিবিচাৰিলে, সেই কাৰণে ঈশ্ৱৰে তেওঁলোকক লম্পট মন দি, অনু্চিত ________ কৰিবলৈ তেওঁলোকক এৰি দিলে৷
আঁঠু
স্বভাৱৰ
কর্মবোৰ
1 Corinthians 8:1 — এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে ________ আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
ভাল
লিখা
জ্ঞান
2 Timothy 3:7 — এই তিৰোতা সকলে সদায় নতুন ________ পাবৰ বাবে চেষ্টা কৰে, কিন্তু সত্যৰ তত্ব-জ্ঞান পাবলৈ হলে কেতিয়াও সমর্থ নহয়৷
শিক্ষা
অস্বীকাৰ
পাঁচনি
1 Timothy 6:20 — হে ________, তোমাক যি গতাই দিয়া হ’ল, তাক পহৰা দি সুৰক্ষিত কৰি ৰাখিবা৷ তথাকথিত মিথ্যা জ্ঞানৰ অসাৰ কথা-বতৰা আৰু তর্ক-বিতর্কৰ মাজলৈ নাযাবা
চীজাৰৰ
মাকিদনিয়া
তীমথিয়
Isaiah 11:9 — মোৰ সমগ্র পবিত্ৰ ________ সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
সত্য
সূৰ্য
পৰ্ব্বতত
Numbers 14:21 — তথাপি মই যদি সঁচাকৈ জীৱন্ত ঈশ্বৰ হওঁ আৰু গোটেই ________ যদি যিহোৱাৰ প্ৰতাপেৰে পৰিপূৰ্ণ হয়
সভা
পৃথিৱী
শাও
Ecclesiastes 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
বেৰা
প্ৰতিৰোধ
পাপী
Hosea 6:3 — আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ________ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
ওচৰ
জনে
স্থাপন
2 Peter 3:18 — আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ________ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
অনুগ্ৰহত
অনন্ত
সন্মান

← Back to the study