🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে ভক্তিৰ বিষয়ে কি কয়? — জীৱনত ৰূপায়ণ কৰা · ষ্ট্ৰ’ঙৰ সংখ্যাসহ কেজেভি শাস্ত্ৰাংশ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে ভক্তিৰ বিষয়ে কি কয়? — জীৱনত ৰূপায়ণ কৰা · ষ্ট্ৰ’ঙৰ সংখ্যাসহ কেজেভি শাস্ত্ৰাংশ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

2 পিতৰ 1:3 — যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় ________ কৰিলে।
দান
গৌৰৱ
শুচি
1 তীমথিয় 3:16 — আৰু একেলগে আমি একমত হৈ কওঁ যে, “ভক্তিৰ নিগূঢ় সত্য অতি মহান৷ তেওঁ মাংসত প্ৰকাশিত হ’ল, আত্মাত ________ বুলি গণিত কৰা হ’ল, দূতবোৰৰ দ্বাৰাই দেখা পোৱা গ’ল, অন্যান্য জাতি সকলৰ আগত ঘোষণা কৰা হ’ল, জগতত বিশ্বাস কৰা হ’ল, প্ৰতাপত তুলি নিয়া হ’ল।”
ধন্যবাদ
ধাৰ্মিক
অনন্ত
1 পিতৰ 2:2 — নতুনকৈ জন্ম হোৱা ________ সকলৰ দৰে, মিহলি নোহোৱা শুদ্ধ আত্মিক গাখীৰলৈ অতিশয় হাবিয়াহ কৰক, আৰু তাৰ দ্বাৰাই পৰিত্রাণৰ অৰ্থে আপোনালোকে বৃদ্ধি হওক
অভিলাষ
অঞ্চলত
শিশু
দ্বি.বি. 1:31 — পুনৰ আপোনালোকে মৰুভূমিত দেখিছিল যে, কেনেদৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাই সন্মুখত থাকি আপোনালোকক লৈ গৈছিল; যেনেকৈ পিতৃয়ে পুত্রক কোলাত তুলি লৈ যায়, তেনেকৈয়ে আপোনালোক যোৱা সকলো ________, গোটেই পথত এই ঠাই নোপোৱালৈকে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক লৈ আনিলে।”
ঠাইতে
প্ৰেম
সুস্থ
ইব্ৰী 11:6 — কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা ________; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।
অসাধ্য
নিৰ্দোষী
ভয়াতুৰ
পাঁচনি 3:2 — তেনে সময়ত সেই মন্দিৰলৈ অহা লোক সকলৰ ওচৰত ভিক্ষা মাগিবলৈ সেই মন্দিৰৰ ________ নামৰ দুৱাৰমুখত যি জনক সদায় থোৱা হৈছিল, তেনে ওপজাৰে পৰা খোৰা মানুহ এজনক কিছুলোকে কঢ়িয়াই আনিলে।
অসাধ্য
সুন্দৰ
নিৰ্দোষী
আদি 6:9 — এয়া হৈছে নোহৰ বিৱৰণ। ________ এজন ধাৰ্মিক লোক আছিল। সেই সময়ৰ লোকসকলৰ মাজত তেৱেঁই সিদ্ধ আছিল; ঈশ্বৰৰ লগত নোহে সম্পর্ক ৰাখি চলিছিল।
নোহ
মকপেলাৰ
চেলহৰ
মীখ 6:8 — হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ ________: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
স্থায়ী
বিচাৰে
দেখিব
গীত 4:3 — কিন্তু তোমালোকে জানি থোৱা, যিহোৱাই নিজৰ ভক্তসকলক তেওঁৰ নিজৰ কাৰণে ________ কৰিলে। মই মাতিলে, যিহোৱাই মোৰ প্রার্থনা শুনে।
পৃথক
গণিত
কঁপি
কলচীয়া 2:6 — এতেকে আপোনালোকে খ্রীষ্ট যীচুক যেনেকৈ ________ কৰিলে, তেনেকৈ তেওঁতেই জীৱন-যাপন কৰক৷
প্ৰেম
গ্ৰহণ
বিচাৰে
কলচীয়া 1:10 — আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে ________ কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
সন্তুষ্ট
আশা
লাভ
1 তীমথিয় 2:1 — মোৰ প্ৰথম নিবেদন এই যে, সকলোবোৰ মানুহৰ কাৰণে অনুৰোধ, প্ৰাৰ্থনা, নিবেদন আৰু ________ কৰা হওক৷
ধন্যবাদ
বিষয়ে
অধ্যাপক
1 তীমথিয় 6:6 — কিন্তু যি কৰিবা, আচলতে ________ মনেৰে কৰিবা; কিয়নো ঈশ্বৰভক্তিতে সকলো লাভ বিলীন হৈ থাকে।
সন্তুষ্ট
নকৰি
ঘূৰি
তীত 2:12 — আৰু আমি ________ লঙ্ঘন আৰু সাংসাৰিক অভিলাষ অস্বীকাৰ কৰি, গম্ভীৰ, ধার্মিক আৰু সৎ ভাবেৰে এই বর্তমান সংসাৰত যেন জীৱন-যাপন কৰিব পাৰোঁ, তাৰ বাবে এই অনুগ্ৰহে আমাক এনে শিক্ষা দিছে।
বিবেক
ভক্তি
ক্লেশ
1 তীমথিয় 6:11 — কিন্তু, হে ঈশ্বৰৰ লোক, তুমি এই সকলোৰে পৰা পলোৱা৷ ধাৰ্মিকতা, ________, বিশ্বাস, প্ৰেম, ধৈৰ্য, মৃদুভাৱ, এইবোৰক অনুসৰণ কৰা।
ভক্তি
বিবেক
প্ৰভেদ
2 পিতৰ 1:6 — জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ________, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি
ধৈৰ্য
প্ৰভেদ
বিবেক
1 তীমথিয় 6:12 — বিশ্বাসৰ উত্তম যুদ্ধত প্ৰাণপণ কৰা৷ যি অনন্ত জীৱনৰ বাবে তুমি আমন্ত্ৰিত হ’লা আৰু অনেক সাক্ষীৰ আগত যি উত্তম বিশ্বাস ________ কৰিলা, তাক তুমি ধাৰণ কৰি থাকা৷
স্বীকাৰ
নিবেদন
প্ৰকাশিত
1 তীমথিয় 1:18 — মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ ________; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
নোহ
চীজাৰৰ
তীমথিয়
2 তীমথিয় 2:3 — খ্ৰীষ্ট যীচুৰ এজন উত্তম সৈনিকৰ দৰে তুমি মোৰে সৈতে ________ সহন কৰা।
প্ৰেম
ক্লেশ
ধৈৰ্য
2 তীমথিয় 2:4 — কোনো এজন লোক সৈনিকৰ কামত থাকোতে জীৱিকাৰ অর্থে অন্য কোনো ব্যবসায়ত নিজকে আৱদ্ধ হবলৈ নিদিয়ে কিন্তু যি জনে তেওঁক এই পদ দিলে, তেওঁকহে ________ কৰিবলৈ চেষ্টা কৰে।
সন্তুষ্ট
শাস্তি
আশা
ইফিচীয়া 6:11 — ঈশ্বৰৰ আটাই যুদ্ধৰ সাজ ________ লওঁক যাতে চয়তানৰ নানা বিধ কৌশলৰ বিৰুদ্ধে থিয় হব পাৰে।
আত্মিক
পিন্ধি
বশীভূত
2 তীমথিয় 3:12 — আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে ________ পাব।
তাড়না
ক্লেশ
মঙ্গলবাদ
ইব্ৰী 12:1 — এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে ________ থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক
আকাশ
বেৰি
হেয়জ্ঞান
1 তীমথিয় 4:8 — কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ________ সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
ধৈৰ্য
ভক্তি
যাতনা
2 তীমথিয় 4:6 — কিয়নো সম্প্ৰতি মই নৈবেদ্য স্বৰূপে ঢলা হৈছোঁ, আৰু মোৰ প্ৰাণ-নৌকা মেলিবৰ ________ উপস্থিত হৈছে।
সময়ত
চিন
সময়
2 তীমথিয় 4:8 — মোৰ বাবে যি ধাৰ্মিকতাৰূপ কিৰীটি সাঁচি ৰখা হৈছে, সেই কিৰীটি ধার্মিক বিচাৰকর্তা প্ৰভুৰ দ্ৱাৰা সেইদিনা মোক দিয়া হব; আৰু অকল মোকে নহয়, কিন্তু তেওঁৰ আবির্ভাৱক ________ কৰা সকলোকে দিব।
প্ৰেম
পবিত্ৰ
নিবেদন
ইব্ৰী 12:2 — আহক আমাৰ বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকোঁহঁক; তেওঁ তেওঁৰ আগত থকা আনন্দৰ কাৰণে অপমানকে ________ কৰি, ক্ৰুচ যন্ত্ৰণা সহন কৰি, ঈশ্বৰৰ সিংহাসনৰ সোঁফালে বহিল।
হেয়জ্ঞান
পৃথিৱী
অনুকাৰী
1 পিতৰ 1:24 — কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো ________ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
দান
শুচি
গৌৰৱ
যিচ 40:8 — ঘাঁহ শুকাই যায়, ফুল জয় পৰে, কিন্তু আমাৰ ঈশ্বৰৰ বাক্য ________ কাললৈকে থাকে।
পাত্ৰ
নম্ৰ
অনন্ত

← অধ্যয়নলৈ ঘূৰি যাওক