🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ All languages
See More Jesus

ধর্মশাস্ত্রে ধৈর্য্যৰ বিষয়ে কি কৈছে? — দ্বিতীয় ভাগ · Strong's নম্বৰসহ KJV শাস্ত্ৰাংশ — বাইবেল কুইজ

For each reference below, choose what that verse teaches. Your score appears at the end.

This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.

Hebrews 10:36 — কিয়নো আপোনালোকে ঈশ্বৰৰ ইচ্ছা পালন কৰি প্ৰতিজ্ঞাৰ ফল যেন পায়, তাৰ বাবে আপোনালোকৰ ধৈৰ্যৰ ________ আছে।
প্ৰয়োজন
প্ৰতিজ্ঞা
অগ্ৰাহ্য
Hebrews 12:1 — এতেকে ইমানবোৰ সাক্ষীয়ে আমাক চাৰিওফালে ________ থকা দেখি, আহক, আমিও আটাই বাধা আৰু আমাক লগ ধৰি থকা পাপ দূৰ কৰি আমাৰ আগত থকা দৌৰৰ পথত ধৈৰ্যৰে দৌৰোহঁক
অনুকাৰী
বেৰি
প্ৰায়
Luke 21:19 — তোমালোকে নিজ ধৈৰ্যৰে, নিজ নিজ প্ৰাণ ________ কৰিবা।
লাভ
বন্ধ
প্ৰশংসা
Hebrews 6:12 — আপোনালোক ________ হোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰো, যি সকলে বিশ্বাস আৰু ধৈর্যৰ দ্বাৰাই ঈশ্বৰৰ বিধান সমূহ লাভ কৰে, আপোনালোক তেওঁলোকৰ অনুকাৰী হওক।
সুন্দৰ
অসাধ্য
এলেহুৱা
Hebrews 6:15 — তাতে অব্রাহামে ধৈর্যেৰে ________ কৰিলে আৰু পাছত তেওঁ সেই প্ৰতিজ্ঞাৰ ফল পালে।
আনন্দেৰে
প্ৰিয়
অপেক্ষা
Romans 8:25 — কিন্তু আমি যিহক দেখা নাই, তালৈ যদি ________ কৰোঁ, তেনেহলে ধৈৰ্যৰেহে তালৈ বাট চাই থাকোঁ।
লিখা
আশা
আত্মা
James 5:8 — তেনেদৰে আপোনালোকেও ________ ধৰক, নিজ নিজ হৃদয় থিৰে ৰাখক; কাৰণ প্ৰভুৰ আগমণ ওচৰ পালেহি।
পৰীক্ষা
ধৈৰ্য
প্ৰভেদ
James 5:11 — চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু ________।
এলেহুৱা
দয়ালু
সুন্দৰ
Romans 15:4 — কিয়নো আগেয়ে যিবোৰ কথা লিখা হৈছিল, সেইবোৰ আমি ধৈৰ্যৰে আৰু শাস্ত্ৰৰ সান্ত্বনাৰে ________ পাবলৈ আমাৰ শিক্ষাৰ কাৰণেহে লিখা হৈছিল।
পৰীক্ষা
ভাৰসা
প্ৰতিজ্ঞা
Romans 15:5 — এতিয়া যি জন ধৈৰ্য আৰু ________ ঈশ্বৰ, তেওঁ আপোনালোকক খ্ৰীষ্ট যীচুৰ মত অনুসাৰে এক মন হবলৈ সাহায্য প্ৰদান কৰক;
অবাধ্যতাৰ
আজ্ঞাধীনতাৰ
সান্ত্বনাৰ
Colossians 1:11 — আমি ________ কৰোঁ যে, আপোনালোকে যেন সম্পূৰ্ণ সহন আৰু চিৰসহিষ্ণুতাৰ অৰ্থে, তেওঁৰ প্ৰতাপৰ পৰাক্ৰম অনুসাৰে সকলো শক্তিৰে শক্তিৱন্ত হয়৷
নিবেদন
মঙ্গলবাদ
মনোনীত
Psalm 37:7 — যিহোৱাৰ আগত ________ হোৱা; ধৈৰ্যেৰে তেওঁলৈ অপেক্ষা কৰা। যি মানুহে নিজৰ দুষ্ট পৰিকল্পনাৰে কৃতকাৰ্য্য হবলৈ কর্ম কৰে, তাত তুমি অসন্তোষ্ট নহ’বা;
দৃষ্টান্ত
শান্ত
শাস্তি
Psalm 40:1 — মই ধৈৰ্যৰে যিহোৱালৈ অপেক্ষা কৰিছিলোঁ; তাতে তেওঁ মোলৈ ________ পাতি মোৰ কাতৰোক্তি শুনিলে।
ভাৰসা
আশা
কাণ
Lamentations 3:26 — যিহোৱাৰ পৰিত্ৰাণলৈ ________ কৰি নীৰৱে বাট চাই থকাই ভাল।
সন্মান
আশা
বিদেশী
Job 13:15 — চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ ________ কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
মঙ্গল
ন্যায়
অপেক্ষা

← Back to the study