পৰিত্ৰাণ পাবৰ বাবে মই কি কৰিব লাগে? — দ্বিতীয় ভাগ · ষ্ট্ৰংগছ নম্বৰসহ কেজেভি শাস্ত্ৰাংশসমূহ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
মথি 16:24 — তাৰ পাছত যীচুৱে তেওঁৰ শিষ্য সকলক ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেনেহলে তেওঁ নিজকে অস্বীকাৰ কৰক আৰু নিজৰ ________ তুলি লৈ, মোক অনুসৰণ কৰক।
অবিশ্বাসৰ
ক্ৰুচ
চাকি
লূক 9:23 — যীচুৱে সকলোৰে আগত ক’লে, “কোনোৱে যদি মোৰ পাছত আহিবলৈ ________ কৰে, তেনেহলে তেওঁ নিজেই নিজকে অস্ৱীকাৰ কৰিব লাগিব আৰু দিনে দিনে নিজৰ ক্ৰুচ তুলি লৈ, মোৰ পাছে পাছে আহিব লাগিব।
শিষ্য
শুনি
ইচ্ছা
বিলা 3:22 — আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য ________; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
জীৱন
শক্তি
নিয়ম
হিতো 8:34 — যিজনে মোৰ কথা শুনে, তেওঁ আনন্দিত হ’ব- মোৰ দুৱাৰত প্রতি দিনে পৰ দি থাকিব, মোৰ ঘৰৰ ________ কাষত মোৰ বাবে অপেক্ষা কৰি থাকিব।
সীমাৰ
দুৱাৰৰ
প্ৰাণ
পাঁচনি 17:11 — ________ লোক সকলতকৈ বিৰয়াৰ লোক সকল উদাৰ মনোভাৱাপন্ন আছিল। তেওঁলোকে অতি আগ্রহেৰে বাক্য শুনি গ্রহণ কৰিলে আৰু সত্যতা জানিবলৈ প্রতিদিনে শাস্ত্ৰৰ বাক্য অনুসন্ধান কৰিলে।
পাম্ফুলিয়া
থিচলনীকিৰ
ফিলিপী
গীত 68:19 — প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (________)
ৰাজত্ব
চেলা
অম্মোনৰ
যোহন 16:13 — কিন্তু সেই সত্যৰ ________ যেতিয়া আহিব, তেতিয়া তেওঁ আটাই সত্যলৈ তোমালোকক পথ দেখুৱাই নিব; কিয়নো তেওঁ নিজৰ পৰা একো কথা নক’ব; কিন্তু যি কথা শুনিব, সেই বিষয়েহে ক’ব আৰু তোমালোকক ভবিষ্যতৰ কথা জনাব।
আত্মা
কেৱল
প্ৰেম
ৰোমীয়া 8:14 — কিয়নো যিমান লোক ঈশ্বৰৰ আত্মাৰ ________ চালিত হয়, সেই সকলোৱে ঈশ্বৰৰ সন্তান।
বিবাদ
কাৰ্য
দ্বাৰা
ৰোমীয়া 8:16 — আমি যে ঈশ্বৰৰ সন্তান, এই বিষয়ে পবিত্ৰ আত্মাই নিজে আমাৰ আত্মাৰ সৈতে ________ দিয়ে।
জ্ঞান
সাক্ষ্য
দয়া
ৰোমীয়া 8:26 — সেই একেদৰে আত্মায়ো আমাৰ দূৰ্বলতাত উপকাৰ কৰে৷ কাৰণ, উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে, সেই বিষয়ে আমি নাজানো; কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্ব্বচনীয় কেঁকনিৰে ________ কৰে।
মনোনীত
স্বীকাৰ
নিবেদন
গালাতীয়া 5:16 — কিন্তু মই কওঁ, আপোনালোকে আত্মাৰে চলক; তাতে কোনোমতে আপোনালোকে মাংসৰ ________ পুৰ নকৰিব।
দ্বাৰা
ক্লেশৰ
অভিলাষ
গালাতীয়া 5:22 — কিন্তু আত্মাৰ ফল হ’ল, ________, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস
প্ৰেম
সাক্ষ্য
অশুচি
গালাতীয়া 5:25 — আমি যদি আত্মাৰে ________ থাকো, তেনেহলে আত্মাৰে চলোহঁক।
পালন
জীয়াই
মনোনীত
ফিলিপীয়া 2:12 — এতেকে, হে মোৰ প্ৰিয় সকল, আপোনালোকে যেনেকৈ সদায় আজ্ঞাধীন আছিল, তেনেকৈ মোৰ সাক্ষাতে যি ৰূপ, কেৱল সেইদৰে নহয়, কিন্তু এতিয়া মোৰ অনুপস্থিতিতো অধিককৈ ভয় আৰু কম্পনেৰে নিজ নিজ ________ সম্পন্ন কৰক ৷
পুনৰুত্থানৰ
পৰিত্রাণ
আকৃতি
1 কৰি 6:19 — আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ ________ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
আনন্দ
মন্দিৰ
দুৱাৰ
যিহূদা 1:20 — কিন্তু, হে প্ৰিয় সকল, আপোনালোকে নিজৰ পৰম পবিত্ৰ ________ ভিত্তিমূলত নিজক গাঁথি লওঁক আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰক;
অবিহনে
বিশ্বাসৰূপ
অনন্ত
পাঁচনি 2:39 — কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই ________ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
থাকিল
অনুগ্ৰহ
প্ৰতিজ্ঞা
যোৱে 2:28 — তাৰ পাছতে মই গোটেই মনুষ্যজাতিৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তোমালোকৰ পো-জীসকলে ________ প্ৰচাৰ কৰিব। তোমালোকৰ বৃদ্ধসকলে সপোন দেখিব, আৰু তোমালোকৰ যুৱক-যুবতীসকলে দৰ্শন পাব।
ভাববাণী
ত্যাগ
অন্ধ
হিতো 22:6 — সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে ________ দিয়া, তাতে তেওঁ প্রাপ্ত বয়স্ক হ’লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব।
চুবুৰীয়াক
আজ্ঞাবোৰ
শিক্ষা
যিহো 24:15 — যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ________ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
ইমোৰীয়াসকলৰ
কনানীয়া
হিত্তীয়া
2 তীমথিয় 1:5 — যি বিশ্বাস ________ তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
জ্ঞান
শৰীৰ
প্ৰথমে
দ্বি.বি. 7:9 — এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক ________ কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
প্ৰেম
আনন্দ
ধ্বংস
যোহন 6:35 — যীচুৱে তেওঁ তেওঁলোকক ক’লে, “________ দিওঁতা আহাৰ ময়েই; যি জন মোৰ ওচৰলৈ আহে, তেওঁৰ কেতিয়াও ভোক নালাগিব; আৰু যি জনে মোত বিশ্বাস কৰে, তেওঁৰ কেতিয়াও পিয়াহ নালাগিব।
জীৱন
পিতৃ
নাম
যাত্ৰা 16:21 — প্রতি ________ তেওঁলোকে সেইবোৰ গোটাইছিল। প্ৰতিজন মানুহে সেই দিনটোত খাব পৰা অনুসাৰে গোটাইছিল। যেতিয়া ৰ’দ প্রখৰ হয়, সেইবোৰ গ’লি গৈছিল।
ৰাতিপুৱাতে
যজ্ঞবেদীৰ
সমুদ্ৰৰ
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
