বাইবেলে জ্ঞানৰ বিষয়ে কি কয়? — জীৱনত প্ৰয়োগ কৰা · ষ্ট্ৰংগছ নম্বৰসহ কেজেভি শাস্ত্ৰাংশ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
ইয়ো 28:12 — কিন্তু ________ ক’ত পোৱা যায়? আৰু সুবিবেচনাৰ ঠাই বা ক’ত?
জ্ঞান
পোহৰ
হাত
যাকোব 1:5 — কিন্তু আপোনালোকৰ ________ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
স্বভাৱৰ
কাৰোবাৰ
স্বাভাৱিক
হিতো 2:3 — তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে ________ স্বৰে ৰিঙিওৱা
উচ্চ
পাপী
প্ৰদীপ
হিতো 2:4 — ________ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
জ্বলি
ৰূপ
প্ৰশংসা
হিতো 2:5 — তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ ________ বিচাৰি পাবা।
অনুগ্ৰহ
জ্ঞান
আহাৰ
হিতো 2:6 — কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা জ্ঞান আৰু বিবেচনা ________ ওলায়।
দৃষ্টিত
জীৱন
শক্তি
হিতো 1:7 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন ________ কৰে।
লুকুৱাই
হেয়জ্ঞান
শাস্তি
হিতো 9:10 — যিহোৱালৈ ভয় ৰখাই ________ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
অজ্ঞানৰ
বেগেৰে
প্রজ্ঞাৰ
ইয়ো 28:28 — আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই ________, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
ৰাতি
জ্ঞান
সিদ্ধ
হিতো 4:7 — প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা ________ লাভ কৰিবা।
দৃষ্টিত
শক্তি
জীৱন
হিতো 8:17 — যিসকলে মোক প্ৰেম কৰে, ময়ো তেওঁলোকক প্ৰেম কৰোঁ, আৰু যিসকলে মোক আগ্রহেৰে বিচাৰে, তেওঁলোকে মোক ________ পায়।
যুদ্ধ
আশীৰ্ব্বাদ
বিচাৰি
মথি 7:7 — খোজা, তেতিয়াহে তোমালোকক দিয়া হ’ব; বিচাৰা, তেতিয়াহে পাবা; ________, তেতিয়াহে তোমালোকলৈ দুৱাৰ মুকলি কৰা হ’ব।
চিকিৎসক
ভাৰাক্ৰান্ত
টুকুৰিওৱা
হিতো 4:5 — প্রজ্ঞা আৰু বিবেচনা ________ অৰ্জন কৰা; মোৰ মুখৰ পৰা ওলোৱা বাক্য নাপাহৰিবা আৰু ত্যাগ নকৰিবা।
দৃষ্টিত
জীৱন
শক্তি
হিতো 4:6 — প্ৰজ্ঞাক ত্যাগ নকৰিবা, তেতিয়া তেওঁ তোমাৰ ওপৰত দৃষ্টি ৰাখিব; তেওঁক ________ কৰা, আৰু তেওঁ তোমাক সুৰক্ষিত কৰি ৰাখিব।
অনুগ্ৰহ
ভয়
প্ৰেম
হিতো 4:8 — প্রজ্ঞাক সস্নেহে প্রতিপালন কৰা, তেওঁ তোমাক ________ স্হানত স্হাপন কৰিব; তুমি তেওঁক আঁকোৱালি ধৰিলে, তেওঁ তোমাক আদৰ কৰিব।
পাপী
উচ্চ
চুৰ
হিতো 3:22 — তেওঁলোক তোমাৰ প্ৰাণৰ জীৱন স্বৰূপ হ’ব; আৰু ________ অলংকাৰ তোমাৰ ডিঙিৰ শোভাস্বৰূপ হ’ব।
শাসনকৰ্তা
সুন্দৰী
অনুগ্রহৰ
গীত 90:12 — সেয়ে আমাৰ আয়ুসৰ কাল গণনা কৰিবলৈ তুমি আমাক শিকোৱা; যাতে আমি ________ চিত্ত লাভ কৰিব পাৰোঁ।
স্পষ্টকৈ
জীৱনময়
প্রজ্ঞাৰ
দ্বি.বি. 4:6 — আপোনালোকে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব; কিয়নো এইসকলো পালন কৰাৰ যোগেদি আন আন জাতিৰ লোকসকলৰ দৃষ্টিত আপোনালোকৰ ________ আৰু বুদ্ধি প্রকাশ পাব। তেওঁলোকে এই সকলো বিধানৰ বিষয়ে শুনি ক’ব, “সঁচাকৈয়ে এই মহাজাতিৰ লোকসকল জ্ঞানী আৰু বুদ্ধিমান।”
জ্বলি
ঘৰলৈ
জ্ঞান
ইফিচীয়া 5:15 — এতেকে কিদৰে জীৱন-যাপন কৰিছে, তালৈ সাৱধানে দৃষ্টি কৰক; ________ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলক;
তৰাবোৰৰ
অজ্ঞানৰ
বায়ুত
ইফিচীয়া 5:16 — সুসময়ক ________ লব; কিয়নো এই কাল মন্দ।
কিনি
আত্মিক
প্ৰতিজ্ঞা
যাকোব 3:13 — আপোনালোকৰ মাজত ________ আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
জ্ঞানী
অভাৱ
পুৰুষে
উপ 9:14 — এখন সৰু নগৰত অতি তাকৰ মানুহ আছিল; এজন শক্তিশালী ৰজাই নগৰখনৰ বিৰুদ্ধে আহি তাক ________ আক্রমণ কৰিবলৈ বৰ বৰ কোঁঠ সাজিলে।
কঁপি
দলিয়াই
অৱৰোধ
উপ 9:15 — সেই নগৰত এজন জ্ঞানৱান দৰিদ্ৰ মানুহক পোৱা গ’ল; তেওঁ নিজৰ প্ৰজ্ঞাৰ দ্বাৰাই নগৰখন ৰক্ষা কৰিলে; কিন্তু কোনেও সেই দৰিদ্ৰ মানুহজনক ________ নকৰিলে।
বিচাৰ
মুক্ত
সোঁৱৰণ
উপ 9:16 — সেয়ে মই ক’লোঁ, “শক্তিতকৈ প্রজ্ঞা উত্তম; কিন্তু দৰিদ্র লোকৰ প্ৰজ্ঞাক ________ কৰা হয় আৰু তেওঁৰ কথা কোনেও নুশুনে।”
অভাৱ
সহায়কর্তা
হেয়জ্ঞান
হিতো 24:5 — সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ ________ লোক ভাল।
জ্ঞানী
চুৰ
পাপী
হিতো 21:22 — জ্ঞানী লোকে বীৰসকলৰ নগৰৰ বিৰুদ্ধে উঠি যায়, আৰু সুৰক্ষা দিয়া দুৰ্গ তেওঁ ________ কৰে।
ধ্বংস
আনন্দ
মূল্য
2 কৰি 10:4 — কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা ________ যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
উৎসাহী
সাহস
মাংসিক
ইফিচীয়া 6:17 — পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য ________ কৰক।
আনন্দ
গ্ৰহণ
পাপ
লূক 21:15 — কিয়নো তোমালোকৰ বিৰোধী সকলৰ কোনেও প্ৰতিশোধ বা প্ৰত্যুত্তৰ কৰিব নোৱাৰা বাক্য আৰু ________ মই তোমালোকক দিম।
সময়
জ্ঞান
পোহৰ
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
