🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ All languages
See More Jesus

বাইবেলে জ্ঞান সম্পর্কে কি কয়? — ইয়াক জীৱনত পালন কৰা · ষ্ট্ৰং সংখ্যাসহ KJV শাস্ত্ৰ — বাইবেল কুইজ

For each reference below, choose what that verse teaches. Your score appears at the end.

This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.

Proverbs 1:7 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন ________ কৰে।
শাস্তি
হেয়জ্ঞান
লুকুৱাই
Proverbs 2:3 — তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে ________ স্বৰে ৰিঙিওৱা
উচ্চ
পাপী
প্ৰদীপ
Proverbs 2:4 — ________ বিচৰা দৰে যদি তুমি ইয়াক বিচাৰা, আৰু গুপ্ত ধন বিচৰা দৰে বুজিব পৰা শক্তি বিচাৰা;
প্ৰশংসা
ৰূপ
জ্বলি
Proverbs 2:5 — তেতিয়াহে যিহোৱাৰ প্রতি থকা ভয় তুমি বুজিব পাৰিবা, আৰু তুমি ঈশ্বৰৰ ________ বিচাৰি পাবা।
আহাৰ
জ্ঞান
অনুগ্ৰহ
James 1:5 — কিন্তু আপোনালোকৰ ________ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
স্বভাৱৰ
কাৰোবাৰ
অঙ্গ
Proverbs 18:15 — বুধিয়কৰ হৃদয়ে জ্ঞান অৰ্জন কৰে, আৰু ________ লোকে শুনাৰ দ্বাৰাই জ্ঞান বিচাৰি পায়।
পাপী
বিপথে
জ্ঞানী
Psalm 94:10 — যি জনাই সকলো ________ শাসন কৰে আৰু লোকসকলক শিক্ষা দিয়ে, তেওঁ জানো শাস্তি নিদিয়াকৈ থাকিব?
লাখুটি
জাতিকে
পৰ্ব্বতৰ
Psalm 25:9 — তেওঁ ________ লোকক ন্যায় পথত চলায়, তেওঁৰ পথৰ বিষয়ে শিক্ষা দিয়ে।
নম্ৰ
ভুমুক
পিন্ধি
Hosea 6:3 — আহাঁ, আমি যিহোৱাক জানোহঁক, তেওঁক জানিবলৈ ________ চাপি যাওহঁক; পুৱাৰ সূৰ্যোদয়ৰ দৰে তেওঁ নিশ্চয় প্রকাশিত হ’ব; বৰষুণৰ দৰে তেওঁ আহিব, বসন্তকালৰ ভূমি ভিজাই তোলা বৰষুণৰ দৰেই তেওঁ আহিব।”
ওচৰ
জনে
অভাৱ
John 7:17 — যদি কোনোৱে তেওঁৰ ইচ্ছা পালন কৰিবলৈ ________, তেনেহলে তেওঁ জানিব যে এই শিক্ষা ঈশ্বৰৰ পৰা আহিছে নে মই নিজৰ পৰা কৈছোঁ।
জয়
বিচাৰে
বহি
Matthew 11:29 — মই ________ আৰু কোমল চিত্তৰ মানুহ; এই হেতুকে, তোমালোকৰ ওপৰত মোৰ যুৱঁলি লোৱা আৰু মোৰ শিক্ষা লোৱা; তাতে তোমালোকে নিজৰ নিজৰ মনত জিৰণি পাবা।
প্রচাৰ
নম্ৰ
উপদেশ
2 Peter 3:18 — আমাৰ প্ৰভু আৰু ত্ৰাণকৰ্তা যীচু খ্ৰীষ্টৰ ________ আৰু জ্ঞানত বাঢ়ি বাঢ়ি যাওঁক। এতিয়া আৰু চিৰকাললৈকে তেওঁৰ মহিমা হওক। আমেন।
অনুগ্ৰহত
সন্মান
অকলে
2 Peter 1:5 — ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ ________ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে যত্ন কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
বিশ্বাসৰ
প্ৰেম
পোহৰ
Proverbs 10:14 — জ্ঞানীলোকে জ্ঞান সংৰক্ষিত কৰে; কিন্তু অজ্ঞানৰ মুখে ________ আনে।
পবিত্ৰ
ধ্বংস
প্ৰাৰ্থনা
Proverbs 15:14 — সুবিবেচকৰ হৃদয়ে ________ বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
অনুগ্ৰহ
জ্ঞান
প্ৰেম
Colossians 1:9 — এই কাৰণে সেই কথা শুনা দিনৰে পৰা, আমি আপোনালোকৰ বাবে প্ৰাৰ্থনা কৰিবলৈ নেৰিলো, আপোনালোক সকলোৱে ________ জ্ঞান আৰু বুদ্ধিৰ সম্বন্ধে ঈশ্বৰৰ ইচ্ছা বিষয়ক তত্ব-জ্ঞানেৰে পৰিপূৰ্ণ হওক৷
আত্মিক
শিপা
ব্যভিচাৰ
Colossians 1:10 — আমি এনে ধৰণে প্ৰাৰ্থনা কৰি আছোঁ যাতে, সকলো ভাবে ________ কৰিবৰ অৰ্থে আপোনালোকে যেন প্ৰভুত যোগ্যৰূপে জীৱন-যাপন কৰে আৰু তেওঁৰ সেই তত্ব-জ্ঞানত বাঢ়ি সকলো সৎকৰ্মত ফলৱন্ত হয়৷
সন্তুষ্ট
আশা
অভাৱ
Philippians 1:9 — আৰু মই প্ৰাৰ্থনা কৰি আছোঁ যাতে আপোনালোকে ________, জ্ঞান আৰু সকলো বিবেচনাত অধিক অধিককৈ উপচি পৰে৷
ক্ষমা
প্ৰেম
চলি
1 Corinthians 8:1 — এইবাৰ মই দেৱতাৰ মূৰ্তিলৈ উৎসর্গ কৰা প্ৰসাদৰ বিষয়ে কৈছোঁ। আমি জানো যে “আমাৰ সকলোৰে ________ আছে”। জ্ঞানে অহংকাৰ জন্মায়, কিন্তু প্ৰেমে গঢ় দিয়ে।
বিশ্বাস
লিখা
জ্ঞান
Proverbs 3:6 — তোমাৰ সকলো পথত তেওঁক ________ কৰিবা, আৰু তেওঁ তোমাৰ পথবোৰ পোন কৰিব।
শাস্তি
স্বীকাৰ
চুক্তি
Psalm 119:66 — তুমি মোক ভাল বিচাৰ-বুদ্ধি আৰু ________ শিকোৱা; কিয়নো মই তোমাৰ আজ্ঞাবোৰত বিশ্বাস কৰোঁ।
অনন্ত
সিদ্ধ
জ্ঞান
Proverbs 24:5 — সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ ________ লোক ভাল।
জ্ঞানী
পাপী
চুৰ
2 Corinthians 10:4 — কিয়নো আমাৰ যুদ্ধ অস্ত্ৰ-শস্ত্ৰৰে কৰা ________ যুদ্ধ নহয় কিন্তু স্ৱর্গীয় শক্তিৰ দ্ৱাৰাই দূৰ্গও বিনাশ কৰাৰ যোগ্য, - ইয়াতে কোনো ভুল ধাৰণা নাথাকক৷
সাহস
প্ৰয়োজন
মাংসিক
2 Corinthians 4:6 — যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো ________ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
ধৈৰ্য
মন-পালটন
আন্ধাৰৰ
Ephesians 6:17 — পৰিত্রাণ শিৰস্ত্ৰাণ আৰু আত্মাৰ তৰোৱালৰূপ ঈশ্বৰৰ বাক্য ________ কৰক।
পাপ
গ্ৰহণ
আনন্দ
Malachi 2:7 — এজন পুৰোহিতৰ ওঁঠে জ্ঞান ৰক্ষা কৰিব লাগে আৰু মানুহে তেওঁৰ মুখৰ পৰা আদেশ বিচাৰিব লাগে; কাৰণ তেঁৱেই মোৰ অর্থাৎ ________ যিহোৱাৰ বার্তাবাহক।
জাতি
বিদেশী
বাহিনীসকলৰ
Proverbs 15:2 — জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে ________ কথা কয়।
অকাৰণে
অজ্ঞানতাৰ
নিৰাপদে
1 Peter 3:15 — ইয়াৰ পৰিৱৰ্তে খ্ৰীষ্টক প্ৰভু হিচাপে আপোনালোকৰ হৃদয়ত ________ ৰূপে মানিব; যি কোনোৱে আপোনালোকৰ অন্তৰত থকা আশাৰ বিষয়ে বিচাৰ লয়, তেওঁক আপোনালোকে নিজৰ পক্ষে উত্তৰ দিবলৈ সষ্টম থাকিব, কিন্তু নম্ৰতা আৰু সন্মানেৰে সৈতে এইবোৰ কৰিব৷
জন্ম
পবিত্ৰ
কেতিয়াও
2 Timothy 2:15 — তুমি নিজকে পৰীক্ষাসিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কর্মী আৰু সত্যৰ বাক্য শুদ্ধকৈ কোৱাত নিপুন হবলৈ ঈশ্বৰৰ অনুমোদন পাবৰ বাবে ________ কৰা।
তাড়না
প্ৰকাশিত
যত্ন

← Back to the study