বাইবেলে জ্ঞানৰ বিষয়ে কি কয়? — দ্বিতীয় ভাগ · ষ্ট্ৰংগছ নম্বৰসহ কেজেভি শাস্ত্ৰাংশসমূহ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
Proverbs 9:10 — যিহোৱালৈ ভয় ৰখাই ________ আৰম্ভণ, আৰু পবিত্ৰজনাক জনাই সুবিবেচনা।
বেগাই
অজ্ঞানৰ
প্রজ্ঞাৰ
Proverbs 1:7 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ, অজ্ঞানীলোকে প্রজ্ঞা আৰু অনুশাসন ________ কৰে।
লুকুৱাই
হেয়জ্ঞান
শাস্তি
Job 28:28 — আৰু তেওঁ মনুষ্যক কলে, চোৱা, প্ৰভুলৈ ভয় ৰখাই ________, আৰু কুকৰ্ম ত্যাগ কৰাই সুবিবেচনা।
ৰাতি
জ্ঞান
সিদ্ধ
James 1:5 — কিন্তু আপোনালোকৰ ________ যদি জ্ঞান ৰ অভাৱ হয় তেনেহলে যি জন দিওঁতা ঈশ্ৱৰ, যি জনে গৰিহণা নকৰাকৈ মুক্তহস্তে সকলোকে দান কৰে, তেওঁক যাচনা কৰক আৰু তাতে আপোনালোকক দিয়া হ’ব।
প্ৰতিৰোধ
কাৰোবাৰ
স্বভাৱৰ
1 Kings 3:12 — এই কাৰণে চোৱা, মই তোমাৰ বাক্যৰ দৰেই সকলো কৰিলোঁ। তোমাক মই এনে জ্ঞান আৰু বুদ্ধি থকা মন দিলা যে, তোমাৰ আগেয়ে তোমাৰ তুল্য কোনো হোৱা নাই বা তোমাৰ পাছতো ________ নহ’ব।
ত্যাগ
উৎপন্ন
ঘোষণা
Proverbs 2:6 — কাৰণ যিহোৱাইহে প্রজ্ঞা দিয়ে, তেওঁৰে মুখৰ পৰা ________ আৰু বিবেচনা শক্তি ওলায়।
আহাৰ
জ্ঞান
অনুগ্ৰহ
1 Corinthians 3:19 — কাৰণ ঈশ্বৰৰ দৃষ্টিত এই জগতৰ জ্ঞান মূৰ্খতাস্বৰূপ। কিয়নো লিখা আছে, ‘তেওঁ ________ সকলক তেওঁলোকৰ ধুৰ্ত্ততাত ধৰে’।
ভাববাণী
বিয়া
জ্ঞানী
James 3:15 — এনে জ্ঞান ওপৰৰ পৰা নামি অহা নহয়, কিন্তু সেয়ে ________, ইন্দ্ৰিয়াসক্ত আৰু ভৌতিক।
পাৰ্থিৱ
শেষতে
একেথৰে
James 3:17 — কিন্তু ওপৰৰ পৰা অহা যি জ্ঞান, সেয়ে প্ৰথমে শুদ্ধ, পাছত ________, ক্ষান্ত স্বভাৱী, কোমল-স্বভাৱী, দয়া আদি উত্তম ফলেৰে পৰিপূৰ্ণ, নিঃসংশয় আৰু নিৰ্মল ।
সহিম
লুভীয়া
শান্তিযুক্ত
1 Corinthians 1:24 — কিন্তু ইহুদী লোকেই হওক বা ________ লোকেই হওক, ঈশ্বৰে যি সকলক আমন্ত্রণ কৰিছে, আমি তেওঁলোকৰ ওচৰত খ্রীষ্টক ঈশ্বৰৰ শক্তি আৰু জ্ঞানস্বৰূপে প্রচাৰ কৰোঁ।
গ্রীক
গ্ৰীক
কহাতীয়া
1 Corinthians 1:30 — কাৰণ ঈশ্বৰৰ কার্যৰ দ্বাৰাই আপোনালোক এতিয়া খ্রীষ্ট যীচুৰ লগত যুক্ত হ’ল। খ্রীষ্টই হৈছে আমাৰ বাবে ঈশ্বৰে দিয়া জ্ঞান, তেৱেঁই আমাৰ জীৱনৰ ধাৰ্মিকতা, ________ আৰু মুক্তি।
নম্ৰতা
আজ্ঞাধীনতাৰ
পবিত্রতা
Colossians 2:3 — সেই খ্ৰীষ্টতেই ________ আৰু বিদ্যাৰ সকলো ধন গুপ্ত আছে।
সিদ্ধ
জ্ঞান
অনুগ্ৰহ
Proverbs 4:7 — প্ৰজ্ঞা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়ে প্ৰজ্ঞা অৰ্জন কৰা; আৰু তুমি অৰ্জন কৰা প্রজ্ঞাক সকলোতে ব্যৱহাৰ কৰা, তাতে তুমি বিবেচনা শক্তি ________ কৰিবা।
শিক্ষা
দ্বাৰাই
লাভ
James 3:13 — ________ মাজত জ্ঞানী আৰু সুবুদ্ধি থকা লোক কোন? তেওঁ সদাচৰণৰ দ্বাৰাই জ্ঞানমূলক মৃদুতাত নিজ কাৰ্য দেখুৱাওঁক।
আপোনালোকৰ
প্ৰেম
পবিত্ৰ
Psalm 111:10 — যিহোৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ; যিসকলে তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য কৰে, তেওঁলোকে সুবুদ্ধি পায়; তেওঁৰ প্ৰশংসা ________ কাললৈকে থাকে।
চিৰকাললৈকে
অনন্ত
গীত
Ecclesiastes 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
বেৰা
প্ৰতিৰোধ
পাপী
Matthew 12:42 — বিচাৰৰ দিনা এই কালৰ মানুহেৰে সৈতে দক্ষিণ দেশৰ ৰাণীয়ে উঠি তেওঁলোকক দোষী কৰিব, কিয়নো চলোমন ৰজাৰ জ্ঞানৰ কথা শুনিবলৈ তেওঁ ________ শেষ সীমাৰ পৰা আহিছিল। চাওক, ইয়াত চলোমনতকৈয়ো অধিক মহান এজন আছে।
তৰোৱাল
বিধান
পৃথিৱীৰ
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
