যীচু কোন? — ষ্ট্ৰং'সৰ নম্বৰসহ এক KJV বাইবেল অধ্যয়ন — বাইবেল কুইজ
তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।
এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।
যিচ 9:6 — কাৰণ আমালৈ এটি লৰা জন্মিল, আমালৈ এটি পুত্ৰ দান কৰা হ’ল; আৰু তেওঁৰ কান্ধত শাসন ভাৰ অৰ্পিত হ’ব, আৰু তেওঁ আশ্চৰ্য ________, পৰাক্ৰমী ঈশ্বৰ, অন্তকালস্থায়ী পিতৃ, আৰু শান্তিৰাজ নামে প্ৰখ্যাত হ’ব।
ভৰি-পীৰা
দুৰ্গ
পৰামৰ্শদাতা
আদি 1:26 — তাৰ পাছত ঈশ্বৰে ক’লে, “আমি নিজৰ ________ দৰে আমাৰ সাদৃশ্যেৰে মানুহ নিৰ্ম্মাণ কৰোঁহক; তেওঁলোকে সমুদ্ৰৰ মাছ, আকাশৰ চৰাই, ঘৰচীয়া পশু, সমুদায় পৃথিৱী আৰু পৃথিবীত বগাই ফুৰা প্রাণীৰ ওপৰত অধিকাৰ চলাওঁক।”
ৰক্ষক-সেনাপতিয়ে
বন্দীশালত
প্ৰতিমুৰ্ত্তিৰ
যোহন 1:18 — ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; পিতৃৰ কোলাত থকা একমাত্ৰ পুত্ৰই তেওঁক ________ কৰিলে।
প্ৰকাশ
শুচি
আৰম্ভ
মলা 3:1 — বাহিনীগণৰ যিহোৱাই কৈছে, “চোৱা, মই মোৰ নিজ বার্তবাহকক পঠাম আৰু তেওঁ মোৰ আগেয়ে গৈ পথ ________ কৰিব; তাৰ পাছত যি প্ৰভুৰ কাৰণে তোমালোকে অপেক্ষা কৰিছা, তেওঁ হঠাতে নিজৰ মন্দিৰলৈ আহিব; নিয়মৰ সেই বার্তাবাহক, যিজনাত তোমালোক আনন্দিত হোৱা, চোৱা, তেওঁ আহি আছে।”
ত্যাগ
যুগুত
ৰক্ষা
আদি 22:2 — তেতিয়া ঈশ্বৰে ক’লে, “তুমি ________ কৰা তোমাৰ একমাত্র পুত্র ইচহাকক লৈ মোৰিয়া দেশলৈ যোৱা; তাত যি পাহাৰটোৰ কথা মই তোমাক কম, তাৰ ওপৰতে তুমি ল’ৰাক হোমবলিৰূপে উৎসর্গ কৰাগৈ।”
দেখি
প্ৰেম
শুনি
যোহন 19:17 — তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ________ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
স্বামী
মাক-বাপেকে
ক্ৰুচৰ
যিচ 53:6 — আমি সকলোৱে মেৰ-ছাগৰ দৰে অপথে গৈছিলোঁ; আমি ________ নিজৰ নিজৰ পথে ঘুৰিছিলোঁ, আৰু যিহোৱাই আমাৰ সকলোৰে ঘোৰ অধর্মৰ ভাৰ তেওঁৰ ওপৰত দিলে।
প্ৰতিজনে
গ্ৰাস
সিংহাসনত
যিচ 53:7 — তেওঁক ________ কৰা হৈছিল, তথাপি তেওঁ নিজকে নম্ৰ কৰিলে, আৰু তেওঁ নিজৰ মুখ নেমেলিলে; যেনেকৈ কাটিবলৈ নিয়া মেৰ-ছাগ, আৰু যেনেকৈ নোম কাটোতাৰ আগত মেৰ-ছাগে নিজম দি থকে, সেই দৰে তেওঁ নিজৰ মুখক নেমেলিলে।
উপদ্ৰৱ
অত্যাচাৰ
অসাৰ
যিচ 7:14 — এই হেতুকে প্ৰভুৱে নিজেই তোমালোকক এটা চিন দিব: চোৱা, যুৱতী কন্যা গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব, আৰু তেওঁৰ নাম ইম্মানুৱেল ________ হ’ব।
ৰখা
গ্ৰাস
হাদাম
মীখ 5:2 — কিন্তু হে ________, যিহূদাৰ গোষ্ঠীবোৰৰ মাজত যদিও তোমালোক অতি ক্ষুদ্ৰ, তথাপিও ইস্ৰায়েলক শাসন কৰিবলৈ তোমালোকৰ পৰাই এজন মোৰ ওচৰলৈ আহিব, সেই জনৰ আৰম্ভণি পূৰ্বকালৰ পৰা অনন্তকাললৈকে;
মহনয়িম
বৈৎলেহেম-ইফ্ৰাথা
বৈৎ-হোৰোণ
আদি 3:15 — মই তোৰ আৰু নাৰীৰ মাজত, তোৰ ________ আৰু নাৰীৰ বংশৰে মাজত শত্রুতা সৃষ্টি কৰিম; তেওঁ তোৰ মূৰ গুড়ি কৰিব আৰু তই তেওঁৰ ভৰিৰ গোৰোহা গুড়ি কৰিবি।”
শুনিলে
কলহ
বংশ
যোহন 1:14 — সেই বাক্যই মাংস হ’ল; ________ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰ হিচাপে তেওঁৰ যি মহিমা, সেই মহিমা আমি দেখিলোঁ।
সন্মান
সিপাৰে
অনুগ্ৰহ
যোহন 5:39 — আপোনালোকে সকলো ________ অতি মনোযোগ সহকাৰে পঢ়ে, কাৰণ আপোনালোকে ভাৱে সেইবোৰৰ মাজেদিয়ে আপোনালোকে অনন্ত জীৱন পাব। সেই শাস্ত্ৰবোৰে মোৰ বিষয়েই সাক্ষ্য দিছে;
অভিলাষ
পৰীক্ষাৰ
ধৰ্মশাস্ত্ৰ
ৰোমীয়া 3:23 — কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ ________ পৰা বঞ্চিত হ’ল
শত্ৰু
মহিমাৰ
অপবাদ
ইব্ৰী 9:22 — বিধানৰ মতে প্ৰায় সকলোকেই তেজেৰে ________ কৰা হয়; তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়।
সাক্ষ্য
শুচি
জন্ম
1 তীমথিয় 2:5 — কাৰণ ঈশ্বৰ এজন আৰু তেওঁৰ সৈতে মানুহৰ মাজত ________ এজন, তেৱেঁই মনুষ্য খ্ৰীষ্ট যীচু;
মধ্যস্থও
ভ্ৰমণকাৰী
নিগূঢ়-তত্ত্ব
ইব্ৰী 1:8 — কিন্তু পুত্ৰৰ বিষয়ে ঈশ্বৰে ক’লে, “হে ঈশ্বৰ, তোমাৰ ________ চিৰকাল স্থায়ী, তোমাৰ ৰাজ্যৰ শাসন, ন্যায়ৰ শাসন।
বন্ধু
সিংহাসন
পৰিশ্ৰম
গীত 110:1 — যিহোৱাই মোৰ প্ৰভুক ক’লে, “যেতিয়ালৈকে মই তোমাৰ শত্রুবোৰক তোমাৰ ________ নকৰোঁ, তেতিয়ালৈকে তুমি মোৰ সোঁহাতে বহি থাকা।”
মুক্তিদাতা
সৈন্যদল
ভৰি-পীৰা
1 কৰি 15:20 — কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত ________ ফল৷
বুজি
প্ৰথম
আনন্দ
যোহন 3:16 — কাৰণ ঈশ্বৰে জগতক ইমান ________ কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।
সাক্ষ্য
আজ্ঞা
প্ৰেম
লিংক কপি হ'ল
এই অধ্যয়নটোৱে আপোনাক সহায় কৰিছে নেকি? চমু বা আপোনাৰ সম্পূৰ্ণ সাক্ষ্য দাঙি ধৰক — আপোনাৰ কাহিনীয়ে আন কাকো এই ছাইট বিচাৰি পাবলৈ সহায় কৰে।
আপোনাৰ অগ্ৰগতি সাঁচি থওক
বিকল্প। এই ছাইটটো ব্যবহাৰ কৰিবলে একাউণ্টৰ প্ৰয়োজন নাই।
আপুনি ফোন সলনি কৰিলে বা ব্ৰাউজাৰ ক্লিয়াৰ কৰিলেও আপোনাৰ কুইজ স্কোৰ আৰু প্ৰমাণপত্ৰ সুৰক্ষিত ৰাখক।
অগ্ৰগতি পুনৰুদ্ধাৰ কৰক
পুনৰুদ্ধাৰ কৰিলে এই ডিভাইচৰ অগ্ৰগতি সলনি হৈ যাব, আৰু ইয়াৰ পিছত প্ৰিণ্ট কৰা যিকোনো প্ৰমাণপত্ৰত অভিলেখত থকা নামটোৱেই থাকিব।



