বাইবেলে দয়াৰ বিষয়ে কি কয়? — অংশ ২ · ষ্ট্ৰং সংখ্যাসহ KJV শাস্ত্ৰ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
Exodus 34:6 — যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, ________ আৰু সত্যতাত মহান;
দয়া
প্ৰাৰ্থনা
ক্ৰোধ
Psalm 86:15 — কিন্তু হে প্ৰভু, তুমি দয়াৰে পৰিপূর্ণ অনুগ্রহকাৰী ঈশ্বৰ; তুমি ক্ৰোধত ধীৰ, গভীৰ ________ আৰু বিশ্ৱস্ততাত মহান।
প্ৰাৰ্থনা
সোঁৱৰণ
প্রেম
Nehemiah 9:17 — তেওঁলোকে শুনিবলৈ মান্তি নহল, আৰু আপুনি তেওঁলোকৰ মাজত কৰা আচৰিত কাৰ্যৰ কথা তেওঁলোকে চিন্তা নকৰিলে। কিন্তু তেওঁলোক আঁকোৰগোঁজ হৈছিল, আৰু তেওঁলোকৰ বন্দী অৱস্থালৈ উভতি যাবলৈ বিদ্ৰোহ কৰি এজন নেতা নিযুক্ত কৰিলে। কিন্তু আপুনি ক্ষমাৱান ঈশ্বৰ, ________, আৰু অনুগ্ৰহেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান, সেয়ে আপুনি তেওঁলোকক ত্যাগ নকৰিলে।
দয়ালু
কৃপাময়
ভয়াতুৰ
2 Corinthians 1:3 — আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য হওক; তেৱেঁই ________ পিতৃ আৰু সকলো সান্ত্বনাৰ ঈশ্বৰ।
কৃপাময়
নিৰ্দোষী
দয়ালু
Lamentations 3:22 — আমি যে সম্পূৰ্ণ শেষ নহলোঁ, এইটোৱে যিহোৱাৰ বিশ্ৱাসযোগ্য ________; কিয়নো তেওঁৰ কৰুণাময় কাৰ্যৰ শেষ নাই!
জীৱন
দৃষ্টিত
নিয়ম
Psalm 103:8 — যিহোৱা স্নেহশীল আৰু ________। তেওঁ ক্ৰোধত ধীৰ আৰু দয়াত মহান।
ভয়াতুৰ
সুন্দৰ
কৃপাময়
Micah 7:19 — আপুনি পুনৰ আমাক দয়া কৰিব, আমাৰ ________ আপোনাৰ ভৰিৰে গচকিব; আপুনি আমাৰ সকলো পাপ গভীৰ সমুদ্ৰত পেলাই দিব।
চুবুৰীয়াক
জিভা
অপৰাধবোৰ
Deuteronomy 4:31 — কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা ________ ঈশ্বৰ; তেওঁ আপোনাক হতাশ নকৰে আৰু ধ্বংসও নকৰে, আৰু আপোনালোকৰ পিতৃসকলৰ লগত যি প্ৰতিজ্ঞা কৰি শপত খাইছিল তাক তেওঁ নাপাহৰে।
দয়ালু
কৃপাময়
ভয়াতুৰ
Micah 6:8 — হে মনুষ্য, যিহোৱাই যি ভাল, সেই বিষয়ে তোমালোকক কৈছিল; আৰু যিহোৱাই তোমালোকৰ পৰা এইবোৰ ________: ন্যায়ৰূপ কাৰ্য কৰা, দয়াশীলতাক ভাল পোৱা, আৰু তোমালোকে ঈশ্বৰৰ সৈতে নম্রভাৱে চলা।
স্থায়ী
বিচাৰে
দেখিব
Hosea 6:6 — কিয়নো মই বলিদান নিবিচাৰোঁ, বিশ্বাসপূর্ণ প্রেমহে বিচাৰো; মই বিচাৰো মানুহে যেন হোম-বলিতকৈ ঈশ্বৰ-বিষয়ক জ্ঞান অধিককৈ ________ কৰে।
বাস
লাভ
শুচি
Proverbs 3:3 — বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য গুৰুত্বপূর্ণ প্ৰতিশ্রুতিয়ে তোমাক কেতিয়াও ________ নকৰক; দুয়োকো তুমি ডিঙিত বান্ধি ৰাখিবা, আৰু তোমাৰ হৃদয় ফলিত সেইবোৰ লিখি থ’বা।
ত্যাগ
জ্ঞান
বুজি
Proverbs 28:13 — যিজনে নিজৰ পাপ ঢাকি ৰাখে, তেওঁৰ উন্নতি নহব; কিন্তু যিজনে নিজৰ পাপ ________ কৰি সেইবোৰ ত্যাগ কৰে, সেই জনে দয়া পাব।
স্বীকাৰ
নিবেদন
প্ৰায়শ্চিত্ত
Psalm 51:1 — হে ঈশ্বৰ, তোমাৰ অসীম ________ অনুসাৰে মোক কৃপা কৰা, তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোৰ পাপ মোচন কৰা।
প্ৰাৰ্থনা
সোঁৱৰণ
প্রেম
Luke 18:13 — কিন্তু কৰ ________ সকলে আতৰত থিয় হৈ, স্বৰ্গৰ ফালে চকু তুলিবলৈ সাহস নকৰিলে, কিন্তু নিজৰ হিয়া ভুকুৱাই ভুকুৱাই ক’লে, ‘হে ঈশ্বৰ, মই এজন পাপী; মোলৈ প্ৰসন্ন হৈ দয়া কৰক’।
কপট
সংগ্রহকাৰী
চাবি
Hebrews 4:16 — এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত সহায় হবলৈ আমি দয়া ________ কৰি অনুগ্রহ পাব পাৰোঁ।
আশা
লাভ
শাস্তি
Joel 2:13 — আৰু তোমালোকে তোমালোকৰ বস্ত্ৰ নিছিৰি, হৃদয় ছিৰা, তোমালোকৰ ঈশ্বৰ যিহোৱালৈ ঘুৰা। কিয়নো তেওঁ ________ আৰু দয়ালু, ক্ৰোধত ধীৰ আৰু দয়াত মহান, আৰু অমঙ্গলৰ পৰা নিজকে ঘূৰাওঁতা।
ভয়াতুৰ
শান্তিপূৰ্ণ
কৃপাময়
Jonah 4:2 — তেওঁ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰি ক’লে, “হে যিহোৱা, মই নিজ দেশত থাকোঁতেই ভাবিছিলো যে, এনেকুৱাই হ’ব। সেই কাৰণেই মই প্রথমে ________ পলাই গৈছিলোঁ; কিয়নো মই জানিছিলোঁ যে, আপুনি কৃপালু ঈশ্বৰ, প্রেমেৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ, দয়াত মহান আৰু ধ্বংস কৰাৰ পৰা মন পৰিবর্তন কৰোঁতা।
তৰ্চীচলৈ
নীনবি
মায়োন
Psalm 145:8 — যিহোৱা ________ আৰু দয়াৰে পৰিপূৰ্ণ, ক্ৰোধত ধীৰ আৰু দয়াত মহান।
দয়ালু
ভয়াতুৰ
কৃপাময়
Luke 1:72 — তেওঁ আমাৰ পূর্বপুৰুষ সকলৰ প্রতি দয়া দেখুৱাব আৰু তেওঁৰ পবিত্র বিধান ________ কৰাব;
সোঁৱৰণ
ধাৰ্মিক
শৰীৰ
Psalm 23:6 — অৱশ্যে ________ আৰু দয়া আয়ুসৰ সকলো কালত মোৰ পাছত যাওঁতা হ’ব, আৰু মই চিৰকাললৈকে যিহোৱাৰ গৃহত বাস কৰিবলৈ পাম।
জ্ঞান
মঙ্গল
আকাশৰ
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
