ধৈর্যৰ বিষয়ে বাইবেলে কি কয়? — মূল ভিত্তি · ষ্ট্ৰংগৰ সংখ্যাসহ KJV শাস্ত্ৰাংশ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
2 Peter 1:5-7 — ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে ________ কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
যত্ন
আন্ধাৰ
তাড়না
Matthew 7:15-16,20 — ভুৱা ভাৱবাদী সকলৰ বিষয়ে সাৱধান হোৱা। সিহঁতে তোমালোকৰ ওচৰলৈ মেৰৰ বেশ লৈ আহে, অথচ ভিতৰি সিহঁত হিংস্র ________।
প্ৰতিৰোধ
জ্বৰ
ৰাংকুকুৰ
2 Timothy 4:3-4 — কিয়নো লোক সমূহে নিৰাময় শিক্ষা সহিব নিবিচৰা, এনে সময় আহিব। তেতিয়া তেখেত সকলৰ খজুওৱা কাণে শুনিব বিচৰা শিক্ষা শুনিবলৈ, নিজ নিজ ________ অনুসাৰে নিজৰ চৌপাশে দ’মে দ’মে শিক্ষক কৰি ল’ব।
অভিলাষ
আসন
কপৌৰ
Titus 1:10-11 — কিয়নো বিশেষকৈ ________ হোৱা লোক সকলৰ মাজত অনর্থক বাক্য কওঁতা, শৃংখলাহীন, ভাণ্ডনা কৰোঁতা আৰু অনেক অবাধ্য লোক আছে৷
প্ৰকাশিত
পৰিত্ৰাণ
চুন্নৎ
Matthew 7:21-23 — যি সকলে মোক ‘প্ৰভু প্ৰভু’ বোলে, তেওঁলোক সকলোৱে যে স্বৰ্গৰাজ্যত সোমাব, এনে নহয়; কিন্তু যি জনে স্বৰ্গত থকা মোৰ পিতৃৰ ________ পালন কৰে, সেইজনেহে সোমাব।
ইচ্ছা
সময়ত
শুনি
1 Peter 4:12-13 — হে প্ৰিয় লোক সকল, আপোনালোকক ________ কৰিবৰ কাৰণে আপোনালোকৰ মাজত যি অগ্নিময় কষ্টৰ জুই জ্ৱলিছে, এইবোৰত আপোনালোকে বিস্মিত নহ’ব, কোনো অদ্ভুত বিষয় ঘটিছে বুলি মনত নাভাবিব৷
যত্ন
পৰীক্ষা
চুন্নৎ
Philippians 4:1 — এতেকে, হে মোৰ প্ৰিয় আৰু ইষ্ট ভাই সকল, আপোনালোকেই মোৰ আনন্দ আৰু কিৰীটি স্বৰূপ; প্ৰেমৰ ________ সকল, এনেদৰেই প্ৰভুত আপোনালোকে স্থিৰে থাকক৷
অদ্ভুত
বন্ধু
হৃদয়
1 Thessalonians 2:19-20 — কিয়নো আমাৰ প্ৰভু যীচুৰ আগমণৰ দিনা তেওঁৰ সাক্ষাতে আপোনালোকেই জানো আমাৰ আশা, ________ আৰু গৌৰৱৰ মুকুট নহ’ব?
আনন্দ
ইচ্ছা
বিধান
Matthew 5:11-12 — যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু ________ কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
পৰীক্ষা
তাড়না
যত্ন
Ecclesiastes 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
বেৰা
প্ৰতিৰোধ
পাপী
Job 5:17-18 — চোৱা, যি মানুহক ঈশ্বৰে শুধৰায়, সেই মানুহ ধন্য; এই কাৰণে তুমি ________ জনাৰ শাস্তি হেয়জ্ঞান নকৰিবা।
কনানীয়া
যিহুদী
সৰ্ব্বশক্তিমান
Hebrews 12:11 — সকলো ________ উপস্থিত সময়ত আনন্দৰ বিষয় নহয়, কিন্তু দুখৰ বিষয় যেন দেখা যায়, তথাপি পাছত তাৰ দ্বাৰাই অভ্যাস পোৱা লোক সকলক ধাৰ্মিকতাৰ শান্তিযুক্ত ফল দিয়ে।
স্বীকাৰ
জ্ঞান
শাস্তি
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
