🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

বাইবেলে ভাল আৰু বেয়াৰ বিষয়ে কি কয়? — জীৱনত প্ৰয়োগ কৰা · ষ্ট্ৰং সংখ্যাসহ KJV শাস্ত্ৰাংশ — বাইবেল কুইজ

বাইবেল কুইজ

বাইবেলে ভাল আৰু বেয়াৰ বিষয়ে কি কয়? — জীৱনত প্ৰয়োগ কৰা · ষ্ট্ৰং সংখ্যাসহ KJV শাস্ত্ৰাংশ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

আদি 1:4 — ঈশ্বৰে পোহৰক অতি উত্তম দেখিলে; তেওঁ আন্ধাৰৰ পৰা পোহৰক ________ কৰিলে।
বুজি
অভিশপ্ত
পৃথক
আদি 3:22 — তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া ________ পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
শুচি
সেনাপতি
জ্ঞান
দ্বি.বি. 30:19 — মই আপোনালোকৰ বিৰুদ্ধে আকাশ-মণ্ডল আৰু পৃথিবীক ________ কৰি কৈছোঁ যে, আজি মই আপোনালোকৰ সন্মুখত জীৱন আৰু মৃত্যু, আশীৰ্ব্বাদ আৰু শাও ৰাখিছোঁ; সেয়ে, আপোনালোক আৰু আপোনালোকৰ ভাবীবংশ যেন জীয়াই থাকিব পাৰে আপোনালোকে জীৱনক মনোনীত কৰক।
সাক্ষী
ছোৱালী
বনৰীয়া
যিচ 7:15 — যেতিয়া তেওঁ বেয়াক অগ্ৰাহ্য, আৰু ভালক গ্ৰহন কৰিবৰ ________ পাব, তেতিয়া তেওঁ দৈ আৰু মৌজোল খাব।
জ্ঞান
ভিতৰত
অনন্ত
ইব্ৰী 5:12 — ইমান দিনে আপোনালোক শিক্ষক হৈ উঠিব লাগিছিল, কিন্তু তাৰ পৰিৱর্তে এতিয়াও কোনোৱে যেন পুনৰাই আপোনালোকক ঈশ্বৰৰ বচন সমূহৰ আদিকথাৰূপ বৰ্ণমালা শিকায়, আপোনালোকৰ এনে প্ৰয়োজন হৈ পৰিছে। আপোনালোক এনেকুৱা মানুহ হ’ল যে, টান ________ নহয়, গাখীৰহে আপোনালোকৰ প্ৰয়োজন হৈ আছে।
অনুগ্ৰহ
আহাৰ
অনন্ত
হিতো 2:3 — তুমি যদি বুজিবৰ বাবে কান্দা; আৰু ইয়াৰ বাবে ________ স্বৰে ৰিঙিওৱা
উচ্চ
পাপী
প্ৰদীপ
গীত 34:14 — তুমি ________ পৰা আঁতৰি সুকৰ্ম কৰা,; তুমি শান্তি বিচাৰা আৰু তাৰ পাছে পাছে খেদি যোৱা।
পৰিত্ৰাণ
ধাৰ্মিকতা
দুষ্টতাৰ
হিতো 3:7 — তুমি নিজৰ ________ নিজে জ্ঞানী নহ’বা; যিহোৱালৈ ভয় ৰাখা, আৰু পাপৰ পৰা ঘূৰি আহাঁ।
দৃষ্টিত
শক্তি
দয়া
যিচ 1:16 — নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ ________ কৰা
বহল
বন্ধ
দ্বাৰাই
হিতো 17:13 — যেতিয়া কোনো এজনে উপকাৰৰ ________ অপকাৰ কৰে, তেতিয়া অপকাৰে তেওঁৰ ঘৰ পৰিত্যাগ নকৰে।
সলনি
সোনকালে
শাস্তি
মথি 5:16 — এইদৰে তোমালোকৰ ________ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
শৰীৰ
পোহৰ
অনন্ত
ৰোমীয়া 2:7 — যি সকলে সৎকৰ্মত ________ ধৰি মহিমা, সন্মান আৰু অক্ষয়তা বিচাৰে, তেওঁলোকক অনন্ত জীৱন দিব৷
ধৈৰ্য
দণ্ডৰ
প্ৰভেদ
মথি 19:17 — যীচুৱে তেওঁক ক’লে, “সৎ কৰ্ম কি, এই বিষয়ে তুমি মোক কিয় সুধিছা? সৎ মাত্ৰ এজনেই আছে। যদি তুমি সেই অনন্ত জীৱনত সোমাবলৈ ________ কৰা, তেনেহলে তেওঁৰ আজ্ঞাবোৰ পালন কৰা।”
শিষ্য
বিধান
ইচ্ছা
লূক 6:45 — ভাল মানুহে নিজৰ হৃদয়ৰ ভাল ভঁৰালৰ পৰা ভাল দ্ৰব্য উলিয়ায় আৰু ________ লোকে মন্দ হৃদয়ৰ পৰা মন্দ বিষয় উলিয়ায়। কিয়নো মানুহৰ হৃদয়ত যি থাকে, তেওঁৰ মুখে তাকে কয়।
দুষ্ট
বস্ত্ৰ
বিচাৰ
হিতো 1:33 — কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ ________ থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”
শান্তিৰ
বেগাই
নিৰাপদে
ৰোমীয়া 6:13 — নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰক ________ সঁজুলি স্বৰূপে পাপলৈ সমৰ্পণ নকৰিব; কিন্তু নিজৰ জীৱনক ঈশ্বৰলৈ সমর্পণ কৰক। মৃত লোকৰ মাজৰ পৰা জীৱিত ৰূপে আৰু নিজ নিজ অঙ্গ-প্ৰত্যঙ্গবোৰ ধাৰ্মিকতাৰ সঁজুলি স্বৰূপে ঈশ্বৰলৈ সমৰ্পণ কৰক।
আজ্ঞাধীনতাৰ
অধাৰ্মিকতাৰ
তোলনীয়া
মথি 6:13 — আমাক ________ নিনিবা, কিন্তু পাপ আত্মাৰ পৰা আমাক ধৰি ৰাখা৷’
পৰীক্ষালৈ
নিশ্চয়তাযুক্ত
দূৰ্বলতাৰ
মথি 13:19 — যেতিয়া কোনোৱে ঈশ্বৰৰ ৰাজ্যৰ কথা শুনিও নুবুজে, তেতিয়া দুষ্ট-আত্মাই অৰ্থাৎ ________ আহি, তেওঁৰ হৃদয়ত যিবোৰ সিঁচা হ’ল, সেইবোৰ কাঢ়ি নিয়ে; এই জন লোক বাটৰ কাষত পৰা কঠিয়া স্বৰূপ।
যোগ্য
প্রচাৰ
চয়তানে
মথি 6:22 — চকুৱেই শৰীৰৰ ________; এই হেতুকে তোমালোকৰ চকু যদি ভালে থাকে, তেনেহলে তোমালোকৰ গোটেই শৰীৰ দীপ্তিময় হ’ব;
ঘৰগিৰী
খমিৰ
প্ৰদীপ
ইফিচীয়া 6:16 — যিহেৰে আপোনালোকে সকলো পাপ শক্তিৰ অগ্নিময় শৰ সমূহ নুমাব পাৰে, এনে বিশ্বাসৰ ________ লওঁক:
ঢাল
শুচি
অপৰাধ
1 যোহন 2:14 — হে পিতৃসকল, যিজন আদিৰে পৰা আছে, তেওঁক আপোনালোকে জানিছে; এই কাৰণে মই অাপোনালোকলৈ লিখিলোঁ। হে ডেকাসকল তোমালোক বলৱন্ত আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত আছে আৰু তোমালোকে চয়তানক ________ কৰিছা; এই কাৰণে মই তোমালোকলৈ লিখিলোঁ।
জনে
পাপ
জয়
পাঁচনি 10:38 — সেয়ে এই যে, যেনেকৈ ঈশ্বৰে ________ যীচুক পবিত্ৰ আত্মা শক্তি আৰু মহিমাৰে অভিষিক্ত কৰিলে; তেনেকৈ তেওঁ বিভিন্ন ঠাইত সৎ কৰ্ম কৰি, চয়তানৰ পৰা দুখ পোৱা সকলক সুস্হ কৰিছিল; কাৰণ ঈশ্বৰ তেওঁৰ সহায় আছিল৷
যিহুদীয়াৰ
নাচৰতীয়া
চিমোন
লূক 23:41 — আমি হলে ন্যায় ________ যোগ্য-পাত্ৰ; আমি নিজ নিজ কর্মৰ উচিত ফল পাইছোঁ৷ কিন্তু এইজনে একো অনুচিত কর্ম কৰা নাই৷”
ক্লেশ
দণ্ডৰ
মুক্তি
মথি 5:44 — কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক ________ কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা
তাড়না
প্ৰকাশিত
পৰীক্ষা
আদি 50:20 — তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ ________ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।
প্ৰাণ
পালন
মেৰ-ছাগ
ৰোমীয়া 8:28 — আমি জানো যে, যি সকলে ঈশ্বৰক ________ কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁলোকৰ বাবে তেওঁ মঙ্গলৰ অৰ্থে সকলো উত্তম কাৰ্য একেলগে কৰিছে।
প্ৰেম
প্ৰকাশিত
আজ্ঞা
ৰোমীয়া 12:21 — কুকৰ্মৰ দ্বাৰাই পৰাজিত নহৈ, ________ কৰ্মৰ দ্বাৰাই কুকৰ্মক পৰাজয় কৰক।
ভাল
বাক্য
সত্য
1 যোহন 3:8 — যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ; কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ________ কৰিবৰ কাৰণে ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল।
ধ্বংস
যীচুৱে
পবিত্ৰ
2 তীমথিয় 3:12 — আৰু বাস্তৱিকতে যি সকলে খ্ৰীষ্ট যীচুত ভক্তিভাবে জীৱন-যাপন কৰিবলৈ ইচ্ছা কৰে, এনে লোক সকলে ________ পাব।
তাড়না
ক্লেশ
মঙ্গলবাদ

← অধ্যয়নলৈ ঘূৰি যাওক