🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

ভাল আৰু বেয়াৰ বিষয়ে বাইবেলে কি কয়? — দ্য ফাউণ্ডেচন · ষ্ট্ৰংগছ নম্বৰসহ কে জে ভি শাস্ত্ৰ — বাইবেল কুইজ

বাইবেল কুইজ

ভাল আৰু বেয়াৰ বিষয়ে বাইবেলে কি কয়? — দ্য ফাউণ্ডেচন · ষ্ট্ৰংগছ নম্বৰসহ কে জে ভি শাস্ত্ৰ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

ইব্ৰী 5:14 — কিন্তু টান আহাৰ হ’লে সম্পূৰ্ণ বয়সপ্রাপ্ত সকলৰ বাবেহে অৰ্থাৎ তেওঁলোকে ঈশ্বৰৰ বাক্যৰ কঠিন শিক্ষাবোৰ বুজি অভ্যাস কৰে; তেওঁলোকে ভুল আৰু ________ বিচাৰ কৰাত নিপুণ হৈ ভাল-বেয়া নিৰ্ণয় কৰিবলৈ শিকিছে।
নতুন
শুদ্ধ
সত্য
দ্বি.বি. 30:15 — শুনক, মই আজি আপোনালোকৰ আগত জীৱন আৰু মৃত্যু, ________ আৰু অমঙ্গল ৰাখিছোঁ।
মঙ্গল
আকাশৰ
শাস্তি
হিতো 1:29 — কাৰণ তেওঁলোকে জ্ঞানক ঘিণ কৰে, আৰু যিহোৱাক তেওঁলোকে ভয় কৰিবলৈ ________ নকৰে।
আনন্দ
ন্যায়
ইচ্ছা
যিচ 5:20 — যি সকলে বেয়াক ভাল আৰু ভালক বেয়া বোলে, যি সকলে আন্ধাৰক পোহৰৰ দৰে আৰু পোহৰক আন্ধাৰৰ দৰে, আৰু যি সকলে তিতাক মিঠাৰ দৰে আৰু মিঠাক তিতাৰ দৰে ________ কৰে, তেওঁলোকৰ সন্তাপ হ’ব।
ভিতৰত
জ্ঞান
সোঁৱৰণ
হিতো 24:8 — তাত আমাৰ এজন দুষ্ট কাৰ্য ________ কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
সহায়
কল্পনা
কাচি
যিৰি 13:23 — কুচীয়া লোকে জানো নিজৰ ছাল, বা ________ বাঘে জানো নিজ গাৰ ফুটুকা-ফুটুকীবোৰ, সলনি কৰিব পাৰে? যদি পাৰে, তেন্তে কুকৰ্মত অভ্যাস থকা যি তোমালোক, তোমালোকেও সৎকৰ্ম কৰা সম্ভৱ।
সন্তানহীন
আচাৰ-ব্যৱহাৰ
নাহৰফুটুকী
আদি 2:8 — ঈশ্বৰ যিহোৱাই পূবফালে এদনত এখন বাৰী পাতিলে আৰু তাতে তেওঁ নিজে ________ কৰা মানুহক ৰাখিলে।
থাকিল
অভিশপ্ত
নিৰ্ম্মাণ
আদি 2:15 — ঈশ্বৰ যিহোৱাই মানুহক নি এদন বাৰীত ৰাখিলে যাতে তেওঁ তাত কাম কৰে আৰু তাৰ ________ লয়।
যত্ন
শাস্তি
প্ৰচণ্ড
আদি 2:16 — ঈশ্বৰ যিহোৱাই মানুহক এই ________ দিলে, “তুমি বাৰীৰ সকলো গছৰ ফল স্বচ্ছন্দে খাব পাৰা;
সুধিলে
আজ্ঞা
উত্তৰ
আদি 3:1 — ঈশ্বৰ যিহোৱাই ________ কৰা সকলো বন্য প্রাণীৰ মাজত সৰ্প আছিল আটাইতকৈ টেঙৰ। সেই সর্পই এদিন নাৰী গৰাকীক ক’লে, “ঈশ্বৰে কি সঁচাই ‘তোমালোকে বাৰীত থকা কোনো গছৰ ফল নাখাবা’এইবুলি তোমালোকক ক’লে নে?”
নিৰ্ম্মাণ
উৎপন্ন
জীয়াই
আদি 3:6 — নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু ________ লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।
জ্ঞান
শুচি
সেনাপতি
আদি 3:8 — পাছত যেতিয়া সন্ধ্যাবেলাৰ শীতল বতাহ ববলৈ ধৰিলে, তেতিয়া সেই মানুহ আৰু তেওঁৰ স্ত্রীয়ে ________ মাজত ঈশ্বৰ যিহোৱাৰ খোজৰ শব্দ শুনিবলৈ পালে আৰু তেওঁৰ সৈতে সাক্ষাৎ নহ’বলৈ গছবোৰৰ মাজত লুকালগৈ।
ভয়াতুৰ
ক্ৰোধিত
বাৰীৰ
আদি 3:9 — ঈশ্বৰ যিহোৱাই ________ মাতি সুধিলে, “তুমি ক’ত আছা?”
দিছোঁ
সোনকালে
মানুহক
গীত 56:3 — যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ________ কৰিম।
প্ৰশংসা
বৃদ্ধি
ভাৰসা
গীত 56:11 — মই ঈশ্বৰত ________ কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
মুক্ত
ভাৰসা
নিৰ্ম্মাণ
আদি 3:22 — তাৰ পাছত ঈশ্বৰ যিহোৱাই ক’লে, “চোৱা, ভাল বেয়া ________ পাই মানুহ আমাৰ এজনৰ নিচিনা হৈ গৈছে। সেয়ে এতিয়া আমি মানুহক এই অনুমতি দিব নালাগে যেন তেওঁ হাত আগবঢ়াই জীৱন বৃক্ষৰ ফল পাৰি খাই সদাকাললৈকে জীৱিত হৈ থাকে।”
শুচি
সেনাপতি
জ্ঞান
আদি 6:5 — যিহোৱাই দেখিলে যে, পৃথিবীত মানুহৰ ________ অধিককৈ বৃদ্ধি পাইছে আৰু তেওঁলোকৰ হৃদয়ৰ সকলো ভাৱ-চিন্তা সকলো সময়তে কেৱল মন্দতাৰ ফালে যায়।
প্ৰতিকাৰ
মহামাৰী
দুষ্টতা
আদি 8:20 — তাৰ পাছত নোহে যিহোৱাৰ উদ্দেশ্যে এটা যজ্ঞ-বেদি ________ কৰিলে; তেওঁ কিছুমান শুচি পশু আৰু পক্ষী লৈ সেই বেদীৰ ওপৰত হোম-বলি উৎসৰ্গ কৰিলে।
নিৰ্ম্মাণ
সুধিলে
সৃষ্টি
হিতো 1:33 — কিন্তু যি জনে মোৰ কথা শুনে, তেওঁ ________ থাকিব, আৰু দুৰ্যোগৰ ভয় নোহোৱাকৈ সুৰক্ষিত হৈ জিৰণী ল’ব।”
বেগাই
শান্তিৰ
নিৰাপদে
1 পিতৰ 2:24 — তাতে আমি যেন পাপৰ সম্বন্ধে মৰি, ধাৰ্মিকতাৰ সম্বন্ধে জীয়াই থাকো, আৰু এই কাৰণে তেওঁ নিজ শৰীৰত আমাৰ ভাৰ বৈ কাঠৰ ওপৰলৈ নিলে৷ তেওঁৰ সাঁচৰ দ্বাৰাই আপোনালোক ________ হ’ল৷
সুস্থ
বস্ত্ৰ
আনন্দ

← অধ্যয়নলৈ ঘূৰি যাওক