🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ All languages
See More Jesus

আত্ম-সংযম (মিতাচাৰ) সম্পৰ্কে বাইবেলে কি কয়? — দ্য ফাউণ্ডেচন · ষ্ট্ৰং’ছ নম্বৰসহ KJV শাস্ত্ৰ — বাইবেল কুইজ

For each reference below, choose what that verse teaches. Your score appears at the end.

This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.

গালাতীয়া 5:22-23 — কিন্তু আত্মাৰ ফল হ’ল, ________, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, দয়া, মঙ্গলভাৱ, বিশ্বাস
প্ৰেম
পৰীক্ষা
সাক্ষ্য
1 ৰাজা 21:1-4 — তাৰ পাছত এনে ঘটনা ঘটিল যে, যিজ্ৰিয়েলীয়া ________ এখন দ্ৰাক্ষাবাৰী আছিল; আৰু সেই দ্রাক্ষাবাৰী যিজ্ৰিয়েলত চমৰিয়াৰ ৰজা আহাবৰ ৰাজ গৃহৰ ওচৰতে আছিল।
হীৰমে
নাবোতৰ
তূৰৰ
1 ৰাজা 21:7 — তেতিয়া তেওঁৰ পত্নী ঈজেবলে তেওঁক ক’লে, “তুমিয়েই জানো এতিয়াও ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ নকৰা? উঠা আৰু ভোজন কৰা; তোমাৰ মন আনন্দিত হওঁক। যিজ্ৰিয়েলীয়া নাবোতৰ ________ মই তোমাৰ কৰিম।”
পৰিশ্ৰম
শত্ৰু
দ্ৰাক্ষাবাৰী
1 ৰাজা 21:20 — তেতিয়া আহাবে এলিয়াক কলে, “হে মোৰ ________, তুমি মোক বিচাৰি পালা নে?” তেতিয়া তেওঁ ক’লে, “হয়, মই তোমাক বিচাৰি পালোঁ, কিয়নো যিহোৱাৰ দৃষ্টিত যি পাপ, তুমি তাকে কৰিবলৈ নিজকে বেচি দিলা।
বন্ধু
শত্ৰু
যুৱলি
2 পিতৰ 2:15 — এই ভণ্ড শিক্ষক সকলে পোন পথ ত্যাগ কৰি অপথে গৈছে। তেওঁলোকে ________ পুত্ৰ বিলিয়মক অনুসৰণ কৰে; বিলিয়মে মন্দ কার্যক প্ৰেম কৰিলে আৰু তাৰে বেচ পাবলৈ উচিত দেখিছিল।
ইম্মেৰৰ
চিবদিয়ৰ
বিয়োৰৰ
আদি 3:6 — নাৰীগৰাকীয়ে যেতিয়া বুজিলে যে সেই গছৰ ফল খাবলৈ ভাল হব; ই দেখাত লোভনীয় আৰু ________ লাভ কৰা কথাটোও মনোমোহা; তেতিয়া নাৰীগৰাকীয়ে তাৰ পৰা কেইটামান ফল চিঙি খালে আৰু লগত থকা তেওঁৰ গিৰিয়েককো দিলে; তাতে তেৱোঁ খালে।
জ্ঞান
সেনাপতি
প্ৰথমে
2 চমূ 11:2-4 — পাছত এদিন ________ সময়ত, দায়ূদে শয্যাৰ পৰা উঠি তেওঁৰ ৰাজগৃহৰ চালৰ ওপৰত ঘূৰি ফুৰি আছিল৷ তাতে তাৰ পৰা চাই এগৰাকী মহিলাক গা ধুই থকা দেখিলে; মহিলা গৰাকী দেখিবলৈ অতি শুৱনি আছিল।
সুন্দৰী
ধনী
সন্ধিয়া
ইব্ৰী 5:8 — যীচু ঈশ্বৰৰ পুত্ৰ হোৱা সত্ত্বেও দুখভোগ কৰিছিল আৰু তাৰ মাজেদিয়েই বাধ্যতা হ’বলৈ ________ পালে;
শিক্ষা
প্ৰাৰ্থনা
যাত্ৰা
ফিলিপীয়া 2:8 — তেওঁ নিজকে সৰু কৰি মৃত্যুলৈকে, এনে কি ক্ৰুচীয় মৃত্যুলৈকে ________ হ’ল ।
আজ্ঞাধীন
নিগূঢ়-তত্ত্ব
পাঁচনি
1 পিতৰ 2:22-23 — তেওঁ কোনো পাপ নকৰিলে; তেওঁৰ মুখত কোনো ________ পোৱা নগ’ল;
ছলনা
প্ৰতিৰোধ
পাপী
2 পিতৰ 1:5-6 — ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে ________ কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
আন্ধাৰ
সৃষ্টিৰ
যত্ন
তীত 2:11-12 — কিয়নো সকলো মানুহলৈ ________ অনা ঈশ্বৰৰ অনুগ্ৰহ প্ৰকাশিত হ’ল;
পৰিত্ৰাণ
জ্ঞান
দয়া
ইব্ৰী 12:16-17 — বা এসাঁজ আহাৰৰ কাৰণে নিজ ________ বেচা যি এচৌ, তেওঁৰ নিচিনা কোনো ধৰ্মনিন্দক, বা কোনো ব্যভিচাৰী হয়, তালৈ সাৱধানে দৃষ্টি ৰাখিবা।
মাক-বাপেকে
দূৰ্ব্বলতাত
জ্যেষ্ঠাধিকাৰ
উপ 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
সন্তানহীন
প্ৰতিৰোধ
পাপী
1 যোহন 2:16 — কিয়নো জগতত যিবোৰ আছে, অৰ্থাৎ মাংসৰ অভিলাষ, চকুৰ অভিলাষ, আৰু ________ কালৰ অহংকাৰ, এইবোৰ পিতৃ ঈশ্বৰৰ পৰা উৎপন্ন নহয়, জগতৰ পৰাহে হয়।
দয়া
জীৱন
দৃষ্টিত
মথি 4:8-10 — তাৰ পাছত আকৌ ________ তেওঁক এক অতি ওখ ঠাইলৈ লৈ গ’ল আৰু জগতৰ সকলো ৰাজ্যৰ সৈতে সেইবোৰৰ ঐশ্বৰ্য দেখুৱালে।
যোগ্য
চয়তানে
মূল্য
ৰোমীয়া 5:19 — কিয়নো এজন মানুহৰ আজ্ঞা-লঙ্ঘনৰ যোগেদি যেনেকৈ অনেকক ________ বুলি গণিত কৰা হ’ল, তেনেকৈ এজনৰ আজ্ঞা পালনৰ যোগেদি অনেকক ধাৰ্মিক কৰা হ’ব।
পাপী
অভিলাষ
প্ৰতিজ্ঞা
1 কৰি 10:13 — যি যি প্ৰলোভন মানুহবোৰৰ মাজলৈ আহে, সেইবোৰৰ বাহিৰে আন পৰীক্ষা আপোনালোকলৈ ঘটা নাই; কিন্তু ঈশ্বৰ বিশ্বাসী; তেওঁ আপোনালোকলৈ শক্তিৰ অতিৰিক্ত পৰীক্ষা ঘটিবলৈ নিদিব; কিন্তু আপোনালোকে যেন সহিব পাৰিব, তাৰ কাৰণে ________ সৈতে সাৰিবলৈ তেওঁ উপায়ো কৰি দিব।
বায়ুত
পৰীক্ষাৰ
ধৰ্মশাস্ত্ৰ
2 পিতৰ 1:6 — জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ________, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি
ধৈৰ্য
যত্ন
প্ৰভেদ

← Back to the study