বাইবেলে ভক্তিভাৱৰ বিষয়ে কি কয়? — ভেঁটি · ষ্ট্ৰংৰ নম্বৰসহ কে.জে.ভি. শাস্ত্ৰ — বাইবেল কুইজ
For each reference below, choose what that verse teaches. Your score appears at the end.
This is the graded quiz. Pass it to earn credit toward your Ministry Certificate of Endorsement.
2 পিতৰ 1:3 — যি জনে নিজৰ মহিমা আৰু সদগুণেৰে আমাক আমন্ত্রণ কৰিলে, তেওঁক গভীৰভাৱে জনাৰ মাধ্যমেদি তেওঁৰ ঐশ্বৰিক শক্তিয়ে আমাক ঈশ্বৰৰ প্রতি ভক্তিপূর্ণ জীৱন-যাপন কৰাৰ সকলো বিষয় ________ কৰিলে।
দান
মনোনীত
শুচি
2 পিতৰ 1:4 — তেওঁ এইবোৰৰ দ্বাৰাই আমাক মূল্যবান আৰু অতি মহৎ প্ৰতিজ্ঞাবোৰ দান কৰিলে। তেওঁ এনেদৰে কৰিলে যাতে আপোনালোকে সেই প্রতিজ্ঞাবোৰৰ দ্বাৰাই জগতৰ মন্দ অভিলাষবোৰৰ দুর্নীতিৰ পৰা মুক্ত হৈ ঐশ্বৰিক স্বভাৱৰ ________ হ’ব পাৰে।
অভিলাষ
পৰীক্ষাৰ
সহভাগী
2 পিতৰ 1:5 — ঈশ্বৰে যি সকলো কৰিলে, তাৰ কাৰণে আপোনালোকৰ বিশ্বাসৰ মাধ্যমেৰে সদগুণ লাভ কৰিবলৈ নিজে সম্পূর্ণৰূপে ________ কৰক। সদগুণৰ লগতে আপোনাৰ জ্ঞানো বৃদ্ধি কৰক।
মনোনীত
যত্ন
আন্ধাৰ
2 পিতৰ 1:6 — জ্ঞানৰ লগত ইন্দ্ৰিয়-দমন, ইন্দ্ৰিয়-দমনৰ লগত ________, ধৈৰ্যৰ লগত ঈশ্বৰভক্তি
ধৈৰ্য
প্ৰভেদ
বিবেক
2 পিতৰ 1:7 — ঈশ্বৰ-ভক্তিৰ লগত পৰস্পৰৰ মাজত ভাতৃ-স্নেহ আৰু ভাতৃ-স্নেহৰ লগত ________ বৃদ্ধি কৰক।
প্ৰেম
পবিত্ৰ
জ্ঞান
মথি 5:16 — এইদৰে তোমালোকৰ ________ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
শৰীৰ
পোহৰ
অনন্ত
ৰোমীয়া 4:20 — ঈশ্বৰৰ প্ৰতিজ্ঞাত সংশয় কৰি অবিশ্বাস কৰা নাছিল; কিন্তু ঈশ্ৱৰে যি প্ৰতিজ্ঞা কৰিছিল, সেই মহিমাময় প্ৰতিজ্ঞাৰ বাবে ঈশ্বৰক ________ দি, বিশ্বাসত বলৱান হ’ল।
আত্মা
ধন্যবাদ
আচৰিত
যোহন 15:8 — ইয়াতে মোৰ পিতৃ মহিমান্বিত হয়, তোমালোকে অধিক ফল ধৰি নিজকে প্ৰমাণ কৰা যে, তোমালোক মোৰ প্ৰকৃত ________।
পাপ
শিষ্য
পালন
1 কৰি 6:20 — কিয়নো আপোনালোকক ________ দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
তাড়না
ব্যভিচাৰ
মূল্য
2 পিতৰ 1:9 — যি জনৰ এই সকলো গুণ নাই, তেওঁ ওচৰতহে দেখে; আচলতে তেওঁ অন্ধ। তেওঁক যে পূৰ্বৰ পাপ সমূহৰ পৰা শুচি কৰা হৈছে, সেই বিষয় তেওঁ ________ গ’ল।
পাহৰি
জয়
কেতিয়াও
2 পিতৰ 1:10 — এতেকে ভাই সকল, ঈশ্বৰে যে আপোনালোকক আমন্ত্রণ আৰু মনোনীত কৰিছে, সেই বিষয়ে আপোনালোকে নিজে নিশ্চিত হবৰ কাৰণে অধিক ________ কৰক। এইবোৰ কৰিলে, আপোনালোকে উজুটি নাখাব।
ভক্তি
সৃষ্টিৰ
যত্ন
2 পিতৰ 1:11 — তাতে আমাৰ প্রভু আৰু ত্ৰাণকর্তা যীচু খ্রীষ্টৰ ________ ৰাজ্যত আপোনালোকক অতি আন্তৰিকতাৰে প্রৱেশ কৰোঁৱা হ’ব।
ধন্যবাদ
অনন্ত
শুনি
ৰোমীয়া 8:29 — কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত ________ জন্মা হয়, এই কাৰণে ঈশ্বৰে যি সকলক আগেয়ে জানিলে, তেওঁলোকক তেওঁৰ সেই পুত্ৰৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ’বলৈ, আগেয়ে নিৰূপণো কৰিলে;
অনন্ত
আশা
প্ৰথমে
1 পিতৰ 2:9 — কিন্তু আপোনালোক মনোনীত বংশ, ৰাজকীয় পুৰোহিত সমূহ, পবিত্ৰ ________, আৰু ঈশ্বৰৰ নিজ অধিকাৰৰ অৰ্থে এক বিশেষ লোক হৈছে যাতে, যি জনে আপোনালোকক আন্ধাৰৰ পৰা তেওঁৰ আচৰিত পোহৰলৈ আমন্ত্ৰণ কৰিলে, আপোনালোকে যেন তেওঁৰ সদগুণ প্ৰকাশ কৰে৷ এই কাৰণে
ধন্যবাদ
পাত্ৰ
জাতি
ইব্ৰী 6:11-12 — আমি বিচাৰো, আপোনালোক প্রত্যেক জনে যেন শেষ পর্যন্ত একেই ধৰণৰ আগ্রহ দেখুওৱা লোক হয়। তাতে আপোনালোকে সম্পূর্ণকৈ নিশ্চিত হব যে, আপোনালোকৰ ________ পূর্ণ হব।
অনন্ত
শৰীৰ
আশা
লূক 13:24 — “ঠেক দুৱাৰেদি সোমাবলৈ বহুত কষ্ট, প্ৰাণপণে চেষ্টা কৰা; মই তোমালোকক কওঁ, অনেক লোকে তাত সোমাবৰ বাবে ________ কৰিব, কিন্তু নোৱাৰিব৷
যত্ন
ক্লেশ
আন্ধাৰ
উপ 4:12 — যিজন অকলশৰীয়া তেওঁ সহজে পৰাজয় হ’ব পাৰে, কিন্তু দুজনে আক্রমণক ________ কৰিব পাৰে। তিনিডাল ৰছী একেলগে মেৰাই ল’লে বেগাই নিছিগে।
সন্তানহীন
প্ৰতিৰোধ
বেৰা
ইব্ৰী 11:8 — ঈশ্বৰত বিশ্বাস আছিল কাৰণে ঈশ্বৰে যেতিয়া অব্ৰাহামক আহ্বান কৰিলে, তেতিয়া তেওঁ বাধ্য হ’ল, আৰু তেওঁক যি দেশ দিম বুলি ঈশ্বৰে কৈছিল, সেই দেশ ________ কৰিবৰ বাবে তেওঁ গৈছিল; আৰু ক’লৈ যাব লাগে, সেই বিষয়ে নাজানিও ওলাই গৈছিল।
অধিকাৰ
শুচি
বিচাৰ
Link copied
Has this study helped you? Share a short or your full testimony — your story helps someone else find this site.
Save your progress
Optional. You never need an account to use this site.
Keep your quiz scores and your certificate if you change phone or clear your browser.
Restore progress
Restoring replaces the progress on this device, and any certificate you print afterwards will carry the name on the record.
