🌐 Language
'Olelo Hawai'iAfaan Oromoobahasa IndonesiaBelarusianBrezhonegCebuanoChamorroChichewachiShonaChongthuCiyawoDanskDeutschEestiEnglishEspañolEsperantoeʋegbeFrançaisHausaHrvatskiIgboIlocanoItalianoKikuyuKiswahiliKiyombiKreyòl AyisyenLatinaLatviešulietuviųLingálaLugandaMagyarMahasuiMāoriNederlandsNorskPohnpeianPolskiPortuguêsQach’abelRomaniRomânăSanskritSetswanaShqipsrpski jezikSuomiSvenskaTagalogTiếng ViệtTonganTwiTürkçeUyghur tiliYorùbáÍslenskaČeštinaБългарскиРусскийУкраїнськаעבריתاردوالعربيةفارسیكوردی سۆرانیअहिराणी‎नेपालीभद्रवाही‎मराठीमानक हिन्दी‎हरियाणवी‎অসমীয়াবাংলাਪੰਜਾਬੀગુજરાતીଓଡ଼ିଆ‎தமிழ்తెలుగుಕನ್ನಡമലയാളംไทยဗမာἙλληνική中文日本語한국어+ সকলো ভাষা
See More Jesus
অসমীয়া

দয়ার বিষয়ে বাইবেলে কি কোৱা হৈছে? — এইটো জীয়াই তোলা · ষ্ট্ৰং'ছ নম্বৰসহ KJV শাস্ত্ৰ — বাইবেল কুইজ

বাইবেল কুইজ

দয়ার বিষয়ে বাইবেলে কি কোৱা হৈছে? — এইটো জীয়াই তোলা · ষ্ট্ৰং'ছ নম্বৰসহ KJV শাস্ত্ৰ — বাইবেল কুইজ

তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।

এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।

মথি 9:27 — যীচু তাৰ পৰা যাওঁতে দুজন অন্ধ লোক তেওঁৰ পাছে পাছে গ’ল। তেওঁলোকে চিঞৰি চিঞৰি কবলৈ ধৰিলে, “হে দায়ুদৰ বংশৰ সন্তান, আমাক ________ কৰক।”
দাস
দয়া
জীৱন
মথি 15:22 — সেই ঠাইৰ এগৰাকী ________ দেশীয় মহিলাই আহি চিঞৰি চিঞৰি কবলৈ ধৰিলে “হে প্ৰভু, দায়ুদৰ বংশৰ সন্তান, মোলৈ দয়া কৰক। ভূতে পোৱাৰ বাবে মোৰ ছোৱালী জনীয়ে অতিশয় যন্ত্রণা পাই আছে।”
অচূৰৰ
কনান
মোৱাবৰ
গননা 6:24 — যিহোৱাই তোমালোকক ________ কৰি ৰাখক।
যুগুত
আশীৰ্ব্বাদ
থিয়
যিচ 49:15 — মহিলাই নিজে ________ দিয়া সন্তানক জানো পাহৰিব পাৰে,সেয়ে স্নেহ নকৰাকৈ জানো নিজৰ পিয়াহ খুৱাব পাৰে? হয়, তেওঁলোকে হয়তো পাহৰিব পাৰে, কিন্তু মই তোমাক নাপাহৰো।
ইয়াত
নোৱাৰে
জন্ম
যিৰি 31:20 — ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক ________ কৰিম।” - এয়ে যিহোৱাৰ বচন।
দাস
দয়া
নিয়ম
1 ৰাজা 3:26 — তেতিয়া জীয়াই থকা ল’ৰাটি যি জনী মহিলাৰ আছিল, তেওঁ তেওঁৰ ল’ৰাটিলৈ দয়া-মমতাৰে উপচি পৰিল, তেওঁ ৰজাক ________ কৰি ক’লে, “হে মোৰ প্ৰভু, বিনয় কৰোঁ, জীয়া ল’ৰাটি এইকে দিয়ক, ল’ৰাটি কোনোমতেই বধ নকৰিব৷” কিন্তু আন জনীয়ে ক’লে, “সি মোৰো নহওঁক তোমাৰো নহওঁক৷ তোমালোকে তাক দুডোখৰ কৰা।”
নিবেদন
জ্ঞান
স্বীকাৰ
লূক 15:20 — পাছত তেওঁ তেনে ভাবেৰেই দেউতাকৰ ওচৰলৈ আহিল। কিন্তু তেওঁ ঘৰৰ পৰা দূৰৈত থাকোতেই, দেউতাকে দেখিলে আৰু তেওঁক চাই মৰম লগাত ________ খালে।
বৰকৈ
যাতনা
চুমা
দ্বি.বি. 7:9 — এতেকে আপোনালোকে জানিব যে, ঈশ্বৰ যিহোৱাই আপোনাৰ ঈশ্বৰ; তেওঁক ________ কৰা আৰু তেওঁৰ আজ্ঞা পালন কৰাসকলৰ পক্ষে তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া আৰু নিয়মটি ৰক্ষা কৰোঁতা বিশ্বস্ত ঈশ্বৰ;
প্ৰেম
ধ্বংস
পবিত্ৰ
1 ৰাজা 8:23 — তেওঁ ক’লে, “হে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, ওপৰত থকা স্বৰ্গত আৰু তলত থকা পৃথিৱীত আপোনাৰ তুল্য কোনো ঈশ্বৰ নাই; আৰু সকলো হৃদয়েৰে তোমাৰ আগত আচৰণ কৰোঁতা তোমাৰ দাস সকললৈ, আপুনি ________ আৰু নিয়মটি ৰক্ষা কৰোঁতা;
নিয়ম
জীৱন
দয়া
গীত 89:28 — তেওঁৰ প্রতি মোৰ অটল ________ চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
প্রেম
সোঁৱৰণ
পবিত্ৰ
গীত 89:33 — কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ ________ ব্যৰ্থ হবলৈ নিদিম।
উপদ্ৰৱ
বিশ্বস্ততা
প্ৰচণ্ড
গীত 85:10 — গভীৰ ________ আৰু বিশ্ৱস্ততাৰ মিলন ঘটিব; ধাৰ্মিকতা আৰু শান্তিয়ে পৰস্পৰে চুম্বন কৰিব।
সোঁৱৰণ
প্রেম
পবিত্ৰ
গীত 25:10 — যিসকলে যিহোৱাৰ ব্যৱস্থা আৰু বিধিবোৰ পালন কৰে, তেওঁলোকলৈ তেওঁৰ সকলো পথেই অসীম ________ আৰু বিশ্ৱস্ততাৰে পৰিপূর্ণ।
প্রেম
সোঁৱৰণ
পবিত্ৰ
কলচীয়া 3:12 — এতেকে ঈশ্বৰৰ মনোনীত প্ৰিয় আৰু পবিত্ৰ লোক সকলৰ যি উপযুক্ত, সেই মতে দয়া, স্নেহ, মধুৰ ভাব, ________, মৃদুতা আৰু চিৰসহিষ্ণুতা, এই সকলোকে পিন্ধক;
নম্ৰতা
মুক্তি
অবাধ্যতাৰ
ফিলিপীয়া 2:1 — এতেকে খ্ৰীষ্টত যদি কোনো আশ্বাস, প্ৰেমৰ যদি কোনো ________, আত্মাৰ যদি কোনো সহভাগিতা আৰু কোনো স্নেহ আৰু দয়া থাকে
প্ৰায়শ্চিত্ত
সান্ত্বনা
মুক্তি
1 চমূ 17:47 — আৰু যিহোৱাই ________ আৰু যাঠিৰ দ্বাৰাই যে নিস্তাৰ নকৰে, তাকো এই সকলো সমাজে জানিব; কিয়নো যুদ্ধ যিহোৱাৰেই, আৰু তেওঁ তোমালোকক আমাৰ হাতত সমৰ্পণ কৰিব।”
বাক্য
পথাৰত
তৰোৱাল
নহি 4:14 — মই চাই, থিয় হৈ প্ৰধান লোকসকল, অধ্যক্ষসকল, আৰু আন আন লোকসকলক ক’লো, “তোমালোকে তেওঁলোকৰ কাৰণে ভয় নকৰিবা। মহান আৰু ঐশ্বৰ্য্যৱান ঈশ্ৱৰক ________ কৰা। তোমালোকৰ পৰিয়াল, পুত্র আৰু কন্যা, ভাৰ্যা আৰু তোমালোকৰ ঘৰৰ বাবে যুদ্ধ কৰা।”
সোঁৱৰণ
ধন্যবাদ
দ্ৰাক্ষাৰস
মথি 14:14 — তেওঁ নাৱৰ পৰা নামি মানুহৰ বৃহৎ দলটো দেখা পাই তেওঁলোকৰ আগলৈ আহিল। তাতে সেই লোক সকললৈ যীচুৰ মৰম লগাত তেওঁলোকৰ ৰোগবোৰ ________ কৰিলে।
পাছে
সুস্থ
বিশ্বাস
মাৰ্ক 1:41 — তেতিয়া তেওঁৰ মৰম লাগিল আৰু হাত মেলি তেওঁক চুই ক’লে, “মই ________ কৰিছোঁ৷ শুচি হোৱা”।
প্রচাৰ
চিন
ইচ্ছা
লূক 7:13 — তেতিয়া প্ৰভুৱে তেওঁক দেখি গভীৰ মৰমত তেওঁৰ ________ চালে আৰু ক’লে, “তুমি নাকান্দিবা।”
ফালে
বিয়া
বিচাৰি
যাকোব 5:11 — চাওক, যি সকলে সহন কৰে, তেওঁলোকক আমি ধন্য বুলি কওঁ। ইয়োবৰ সহনৰ বিষয়ে আপোনালোকে শুনিছে আৰু প্ৰভুৰ কাৰ্যৰো শেষ দেখিলে যে, প্ৰভু অতি স্নেহৱান আৰু ________।
ক্ষমা
দয়ালু
সুন্দৰ
গালাতীয়া 6:2 — আপোনালোকে ইজনে সিজনৰ ভাৰ কঢ়িয়াওক আৰু খ্ৰীষ্টৰ ________ সম্পূৰ্ণকৈ পালন কৰক।
বিধান
শুনি
ক্ষমা
যাকোব 5:16 — এতেকে আপোনালোক সুস্থ হ’বৰ বাবে ইজনে সিজনৰ আগত নিজ নিজ পাপ ________ কৰিব আৰু ইজনে সিজনৰ কাৰণে প্ৰাৰ্থনা কৰিব। ধাৰ্মিক জনৰ নিবেদন কাৰ্য সাধন কৰাত মহা-শক্তি বিশিষ্ট।
স্বীকাৰ
প্ৰকাশিত
আন্ধাৰ
1 থিচলনীকীয়া 5:11 — এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে ________ দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
সান্ত্বনা
তাড়না
প্ৰায়শ্চিত্ত
গীত 100:5 — কিয়নো যিহোৱা মঙ্গলময়, তেওঁৰ দয়া চিৰকাল স্থায়ী; তেওঁৰ ________ পুৰুষে পুৰুষে স্থায়ী।
বিশ্বস্ততা
উপদ্ৰৱ
প্ৰচণ্ড
গীত 89:1 — মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ ________ প্রচাৰ কৰিম।
বিশ্বস্ততা
উপদ্ৰৱ
প্ৰচণ্ড
লূক 1:50 — যি সকলে তেওঁলৈ ভয় কৰে, পুৰুষে পুৰুষে তেওঁলোকৰ ওপৰত তেওঁৰ ________ থাকে।
দাস
জীৱন
দয়া
লূক 1:54 — তেওঁ নিজৰ দাস ইস্ৰায়েলক সাহায্য কৰিলে, তেওঁ ________;
অসাধ্য
দয়ালু
ভয়াতুৰ
ইব্ৰী 4:16 — এতেকে বিশ্বাসেৰে সৈতে অনুগ্রহৰ সিংহাসনৰ ওচৰলৈ আহক, যাতে আমাৰ প্রয়োজনত ________ হবলৈ আমি দয়া লাভ কৰি অনুগ্রহ পাব পাৰোঁ।
সহায়
মনোনীত
শুচি

← অধ্যয়নলৈ ঘূৰি যাওক