The Risen Lord — A KJV Bible Study with Strong's Numbers — বাইবেল কুইজ
তলত থাকা প্ৰতিটো উদ্ধৃতিৰ বাবে, সেই পদটোৱে কি শিকায় তাক বাছি লওক। আপোনাৰ স্কোৰ শেষত দেখা যাব।
এইটো গ্ৰেড দিয়া কুইজ। আপোনাৰ সেবা অনুমোদন প্ৰমাণপত্ৰৰ বাবে ক্রেডিট লাভ কৰিবলে ইয়াত উত্তীৰ্ণ হৈ যাওক।
1 তীমথিয় 2:5
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
এজন ঈশ্বৰ + ঈশ্বৰ আৰু মানুহৰ মাজত এজন মধ্যস্থ, সেই মানুহ খ্ৰীষ্ট যীচু।
দায়ূদ মৃত আৰু কবৰ প্রাপ্ত হৈছে --> তেওঁ ইয়াকে আগতীয়াকৈ দেখি খ্রীষ্টৰ পুনৰুত্থানৰ বিষয়ে কথা কৈছিল।
যিচয়া 59:2
কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল.
কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে? --> ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক.
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে.
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 3:23
কিন্তু তোমালোকৰ অপৰাধবোৰেই তোমালোকৰ ঈশ্বৰৰ পৰা তোমালোকক বিচ্ছেদ কৰিছে.
কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব --> আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম.
কাৰণ সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হ’ল.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 9:22
কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে --> কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক.
কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷.
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
লেবীয়া পুস্তক 17:11
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷.
কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে --> কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 10:4
কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে --> কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক.
কিয়নো পাপ গুচাবলৈ ভতৰা আৰু ছাগলীৰ তেজৰ সাধ্য নাই৷.
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
ফিলিপীয়া পত্ৰ 2:5
ঈশ্বৰৰ স্বৰূপত থাকি --> এজন দাসৰ স্বৰূপ ধাৰণ কৰিলে --> মৃত্যুলৈকে, ক্ৰুচৰ মৃত্যুলৈকে আজ্ঞাধীন হ'ল।
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে? --> ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক.
যিচয়া 50:6
তেওঁলোকে তেওঁক ক্ৰুচত দিলে, আৰু চিঠি খেলি তেওঁৰ কাপোৰবোৰ ভাগ কৰি ল'লে --> যাতে সেয়ে পূৰ্ণ হয়।
এখন বৰছাৰে তেওঁৰ কোষত খুচিলে --> তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ --> অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই.
গীতমালা 22:16
তেওঁলোকে মোৰ হাত আৰু ভৰি বিন্ধিলে --> তেওঁলোকে নিজৰ মাজত মোৰ বস্ত্ৰ ভগাই ল'লে, আৰু মোৰ কাপোৰৰ কাৰণে চিঠি খেলিলে।

মথিয়ে লিখা শুভবাৰ্তা 27:35
তেওঁলোকে তেওঁক ক্ৰুচত দিলে, আৰু চিঠি খেলি তেওঁৰ কাপোৰবোৰ ভাগ কৰি ল'লে --> যাতে সেয়ে পূৰ্ণ হয়।
প্ৰহাৰ কৰা সকললৈ মই মোৰ পিঠি দিলোঁ --> অপমান আৰু ঘৃনাৰ পৰা মই মোৰ মুখ লুকুৱা নাই.
তেওঁলোকে মোৰ হাত আৰু ভৰি বিন্ধিলে --> তেওঁলোকে নিজৰ মাজত মোৰ বস্ত্ৰ ভগাই ল'লে, আৰু মোৰ কাপোৰৰ কাৰণে চিঠি খেলিলে।
যোহনে লিখা শুভবাৰ্তা 19:34
তেওঁলোকে তেওঁক ক্ৰুচত দিলে, আৰু চিঠি খেলি তেওঁৰ কাপোৰবোৰ ভাগ কৰি ল'লে --> যাতে সেয়ে পূৰ্ণ হয়।
এখন বৰছাৰে তেওঁৰ কোষত খুচিলে --> তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
তেওঁলোকে মোৰ হাত আৰু ভৰি বিন্ধিলে --> তেওঁলোকে নিজৰ মাজত মোৰ বস্ত্ৰ ভগাই ল'লে, আৰু মোৰ কাপোৰৰ কাৰণে চিঠি খেলিলে।
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 5:8
আমি পাপী থাকোঁতেই খ্ৰীষ্টই আমাৰ কাৰণে মৃত্যুবৰণ কৰিলে --> তেওঁৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই আমি ঈশ্বৰৰ সৈতে মিলিত হ'লো।
ঈশ্বৰে খ্ৰীষ্টত থাকি জগতখনক নিজৰ লগত মিলাইছিল --> যি জনে পাপ নাজানিছিল, তেওঁকেই আমাৰ বাবে পাপ কৰিলে।
কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব --> আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম.
2 কৰিন্থীয়া 5:18
ঈশ্বৰে খ্ৰীষ্টত থাকি জগতখনক নিজৰ লগত মিলাইছিল --> যি জনে পাপ নাজানিছিল, তেওঁকেই আমাৰ বাবে পাপ কৰিলে।
এই ৰহস্য = তোমালোকৰ অন্তৰত থকা খ্ৰীষ্ট, গৌৰৱৰ আশা।
আমি পাপী থাকোঁতেই খ্ৰীষ্টই আমাৰ কাৰণে মৃত্যুবৰণ কৰিলে --> তেওঁৰ পুত্ৰৰ মৃত্যুৰ দ্বাৰাই আমি ঈশ্বৰৰ সৈতে মিলিত হ'লো।
গননা পুস্তক 21:8
বিশ্বাস নকৰা জনক দোষী কৰা হ’ল.
যিয়ে কামোৰ খায়, সি তাকে চাই জীয়াই থাকিব।
পুস্তকসমূহ মেলা হ'ল + আন এখন পুস্তক মেলা হ'ল, যিখন জীৱনৰ পুস্তক --> যিয়ে জীৱনৰ পুস্তকত লিখা পোৱা নগ'ল, তেওঁক অগ্নিহ্ৰদত পেলোৱা হ'ল।
যোহনে লিখা শুভবাৰ্তা 3:14
কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে? --> ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক.
মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব --> যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে.
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা --> কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 1:1
তেওঁ পুত্ৰৰ দ্বাৰাই আমাৰ সৈতে কথা কৈছে + যাৰ দ্বাৰাই তেওঁ জগতসমূহো সৃষ্টি কৰিছিল --> তেওঁৰ প্ৰতাপৰ উজ্জ্বলতা, আৰু তেওঁৰ স্বৰূপৰ প্ৰতিমূৰ্তি।
পুত্ৰৰ প্ৰতি তেওঁ কৈছে, হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাললৈকে --> হে প্ৰভু, তুমিয়েই আৰম্ভণিতে পৃথিৱীৰ ভেটি স্থাপন কৰিছিলা।
কাৰণ, ঈশ্বৰে কেতিয়াবা সেই স্বর্গৰ দূত সকলৰ মাজত কোনো এজনক কৈছিল নেকি যে? --> ঈশ্বৰৰ সমস্ত দূত সকলে তেওঁৰ আৰাধনা কৰক.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 1:5

ইব্ৰীসকলৰ প্ৰতি পত্ৰ 1:8

গীতমালা 45:6
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা --> কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব.
ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী --> তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে.
কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় --> কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে.
গীতমালা 102:25
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
ঈশ্বৰে তোমাক দিয়া সিংহাসন চিৰস্থায়ী --> তোমাৰ ঈশ্বৰে, তোমাৰ সংগীসকলতকৈ অধিক বেচি আনন্দৰ তেলেৰে তোমাক অভিষেক কৰিলে.
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা --> কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব.
গীতমালা 110:1
যিয়ে কামোৰ খায়, সি তাকে চাই জীয়াই থাকিব।
কিয়নো শৰীৰৰ প্ৰাণ তেজত থাকে --> কিয়নো প্ৰাণৰ গুণে তেজেই প্ৰায়শ্চিত্ত সাধক.
প্রভুৱে মোৰ প্রভুক কলে, তুমি মোৰ সোঁহাতে বহি থাকা --> যেতিয়ালৈকে মই তোমাৰ শত্রুবিলাকক তোমাৰ পাদপীঠ নকৰোঁ।
মথিয়ে লিখা শুভবাৰ্তা 22:41
এজন ঈশ্বৰ + ঈশ্বৰ আৰু মানুহৰ মাজত এজন মধ্যস্থ, সেই মানুহ খ্ৰীষ্ট যীচু।
তেন্তে দায়ূদেই যদি তেওঁক প্রভু বুলি কয়, তেওঁ তাৰ পুত্র কেনেকৈ হয়? --> আৰু কোনেও তেওঁক এটাও কথাৰে উত্তৰ দিব নোখোৱালে।
তেওঁলোকে মোৰ হাত আৰু ভৰি বিন্ধিলে --> তেওঁলোকে নিজৰ মাজত মোৰ বস্ত্ৰ ভগাই ল'লে, আৰু মোৰ কাপোৰৰ কাৰণে চিঠি খেলিলে।
পাঁচনি সকলৰ কৰ্ম 2:32
দায়ূদ স্বৰ্গলৈ আৰোহণ কৰা নাই --> ঈশ্বৰে সেই যীচুক, যাক তোমালোকে ক্ৰুচত হত্যা কৰিলা, তেওঁকেই প্ৰভু আৰু খ্ৰীষ্ট দুয়োটাই কৰিলে।
তেওঁলোকে তেওঁক ক্ৰুচত দিলে, আৰু চিঠি খেলি তেওঁৰ কাপোৰবোৰ ভাগ কৰি ল'লে --> যাতে সেয়ে পূৰ্ণ হয়।
কিয়নো পাপৰ বেচ মৃত্যু --> কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন.
গীতমালা 110:4
সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে --> তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত.
নাইবা দিনৰ আৰম্ভণি, নাইবা জীৱনৰ শেষ --> তেওঁ সদায় পুৰোহিত হৈয়েই থাকে।
তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা --> যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 5:5
সেইদৰে খ্ৰীষ্টেও মহা-পুৰোহিত হৈ নিজে মহিমা লবলৈ নিজকে মনোনীত নকৰিলে --> তুমি চিৰকালৰ কাৰণে মল্কিচেদকৰ ৰীতি অনুসাৰে হোৱা এজন পুৰোহিত.
তেওঁ চিৰকাল থাকে + তেওঁৰ অপৰিবর্তনীয় পুৰোহিতপদ আছে --> তেওঁ তাক সম্পূর্ণৰূপে ৰক্ষা কৰিবলৈ সমর্থ।
নাইবা দিনৰ আৰম্ভণি, নাইবা জীৱনৰ শেষ --> তেওঁ সদায় পুৰোহিত হৈয়েই থাকে।
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 7:3
নাইবা দিনৰ আৰম্ভণি, নাইবা জীৱনৰ শেষ --> তেওঁ সদায় পুৰোহিত হৈয়েই থাকে।
তেওঁ চিৰকাল থাকে + তেওঁৰ অপৰিবর্তনীয় পুৰোহিতপদ আছে --> তেওঁ তাক সম্পূর্ণৰূপে ৰক্ষা কৰিবলৈ সমর্থ।
তুমি মল্কীচেদকৰ দৰে চিৰকালৰ কাৰণে এজন পুৰোহিত হ’বা --> যিহোৱাই এই শপত খালে; তেওঁ নিজৰ মন সলনি নকৰিব.
ইব্ৰীসকলৰ প্ৰতি পত্ৰ 7:24

1 কৰিন্থীয়া 15:3
খ্ৰীষ্ট মৃত লোকসকলৰ মাজৰ পৰা উঠিলে, আৰু নিদ্ৰিত হোৱাসকলৰ প্ৰথম গুটি হ'ল।
খ্ৰীষ্টই শাস্ত্ৰ অনুসাৰে আমাৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে + তেওঁক মৈদাম দিয়া হ'ল + তৃতীয় দিনা তেওঁ পুনৰায় উত্থিত হ'ল।
তেওঁলোকে তেওঁক ক্ৰুচত দিলে, আৰু চিঠি খেলি তেওঁৰ কাপোৰবোৰ ভাগ কৰি ল'লে --> যাতে সেয়ে পূৰ্ণ হয়।
1 কৰিন্থীয়া 15:20
খ্ৰীষ্টই শাস্ত্ৰ অনুসাৰে আমাৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিলে + তেওঁক মৈদাম দিয়া হ'ল + তৃতীয় দিনা তেওঁ পুনৰায় উত্থিত হ'ল।
পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে.
খ্ৰীষ্ট মৃত লোকসকলৰ মাজৰ পৰা উঠিলে, আৰু নিদ্ৰিত হোৱাসকলৰ প্ৰথম গুটি হ'ল।
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 1:3
মাংস অনুসাৰে দায়ূদৰ বংশৰ পরা জন্ম হ'ল --> মৃতবিলাকৰ মাজৰ পুনৰুত্থানৰ দ্বাৰা পৰাক্ৰমেৰে ঈশ্বৰৰ পুত্ৰ বুলি প্রকাশিত হ'ল।
ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷.
তেজ উলিওৱা নহ’লে পাপ-মোচন নহয়.
গীতমালা 16:10
দায়ূদ মৃত আৰু কবৰ প্রাপ্ত হৈছে --> তেওঁ ইয়াকে আগতীয়াকৈ দেখি খ্রীষ্টৰ পুনৰুত্থানৰ বিষয়ে কথা কৈছিল।
কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা --> তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা.
পুত্ৰৰ প্ৰতি তেওঁ কৈছে, হে ঈশ্বৰ, তোমাৰ সিংহাসন চিৰকাললৈকে --> হে প্ৰভু, তুমিয়েই আৰম্ভণিতে পৃথিৱীৰ ভেটি স্থাপন কৰিছিলা।
পাঁচনি সকলৰ কৰ্ম 2:29
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো --> সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে.
কিয়নো তুমি মোৰ প্ৰাণ চিয়োলত ত্যাগ নকৰিবা --> তোমাৰ ভক্তজনক গাতত ক্ষয় পাবলৈ নিদিবা.
দায়ূদ মৃত আৰু কবৰ প্রাপ্ত হৈছে --> তেওঁ ইয়াকে আগতীয়াকৈ দেখি খ্রীষ্টৰ পুনৰুত্থানৰ বিষয়ে কথা কৈছিল।
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 8:11
যি জনৰ আত্মাই যীচুক মৃতসকলৰ মাজৰ পৰা তুলিলে, সেই আত্মা তোমালোকৰ অন্তৰত বাস কৰে --> তেৱেঁ তোমালোকৰ মৰ্ত্য শৰীৰকো জীৱিত কৰিব।
কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব --> আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম.
এই ৰহস্য = তোমালোকৰ অন্তৰত থকা খ্ৰীষ্ট, গৌৰৱৰ আশা।
গালাতীয়া পত্র 2:20
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো --> সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে.
এই ৰহস্য = তোমালোকৰ অন্তৰত থকা খ্ৰীষ্ট, গৌৰৱৰ আশা।
যি জনৰ আত্মাই যীচুক মৃতসকলৰ মাজৰ পৰা তুলিলে, সেই আত্মা তোমালোকৰ অন্তৰত বাস কৰে --> তেৱেঁ তোমালোকৰ মৰ্ত্য শৰীৰকো জীৱিত কৰিব।
কলচীয়া পত্ৰ 1:27
কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব --> আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম.
এই ৰহস্য = তোমালোকৰ অন্তৰত থকা খ্ৰীষ্ট, গৌৰৱৰ আশা।
যি জনৰ আত্মাই যীচুক মৃতসকলৰ মাজৰ পৰা তুলিলে, সেই আত্মা তোমালোকৰ অন্তৰত বাস কৰে --> তেৱেঁ তোমালোকৰ মৰ্ত্য শৰীৰকো জীৱিত কৰিব।
যোহনে লিখা শুভবাৰ্তা 14:23
কোনোৱে যদি মোক প্ৰেম কৰে, তেনেহলে তেওঁ মোৰ বাক্য পালন কৰিব --> আৰু আমি তেওঁৰ ওচৰলৈ আহি, তেওঁৰে সৈতে নিবাস কৰিম.
এই ৰহস্য = তোমালোকৰ অন্তৰত থকা খ্ৰীষ্ট, গৌৰৱৰ আশা।
মই খ্ৰীষ্টে সৈতে ক্ৰুচত হত হ’লো --> সেয়ে এতিয়া মই নহয়, খ্ৰীষ্টহে মোৰ লগত জীয়াই আছে.
পাঁচনি সকলৰ কৰ্ম 1:9
প্ৰতিজন চকুৱে তেওঁক দেখিব + যিসকলে তেওঁক বিন্ধিছিল সিহঁতেও তেওঁক দেখিব।
জ্বলি থকা অগ্নিত যিসকলে ঈশ্বৰক নাজানে, আৰু যিসকলে শুভবাৰ্তা নামানে, তেওঁলোকৰ ওপৰত প্ৰতিফল দি --> যেতিয়া তেওঁ নিজৰ পবিত্ৰ লোকসকলৰ মাজত মহিমান্বিত হবলৈ আহিব।
এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব.
প্ৰকাশিত বাক্য 1:7

2 থিচলনীকীয়া 1:7
ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷.
জ্বলি থকা অগ্নিত যিসকলে ঈশ্বৰক নাজানে, আৰু যিসকলে শুভবাৰ্তা নামানে, তেওঁলোকৰ ওপৰত প্ৰতিফল দি --> যেতিয়া তেওঁ নিজৰ পবিত্ৰ লোকসকলৰ মাজত মহিমান্বিত হবলৈ আহিব।
প্ৰতিজন চকুৱে তেওঁক দেখিব + যিসকলে তেওঁক বিন্ধিছিল সিহঁতেও তেওঁক দেখিব।
প্ৰকাশিত বাক্য 19:11
ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷.
এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব.
যি জনে তাৰ ওপৰত বহি আছিল তেওঁক বিশ্বাসী আৰু সত্য বুলি কোৱা হৈছিল --> তেওঁৰ নাম ঈশ্বৰৰ বাক্য বুলি কোৱা হয়।
প্ৰকাশিত বাক্য 19:16
ৰজাৰো ৰজা আৰু প্ৰভুৰো প্ৰভু৷.
প্ৰতিজন চকুৱে তেওঁক দেখিব + যিসকলে তেওঁক বিন্ধিছিল সিহঁতেও তেওঁক দেখিব।
এই জন যীচুক তোমালোকৰ কাষৰ পৰা স্বৰ্গলৈ নিয়া হল। তোমালোকে তেওঁক যেনেকৈ স্বৰ্গলৈ যোৱা দেখিলা, সেইৰূপে তেওঁ আকৌ আহিব.
প্ৰকাশিত বাক্য 20:11
পুস্তকসমূহ মেলা হ'ল + আন এখন পুস্তক মেলা হ'ল, যিখন জীৱনৰ পুস্তক --> যিয়ে জীৱনৰ পুস্তকত লিখা পোৱা নগ'ল, তেওঁক অগ্নিহ্ৰদত পেলোৱা হ'ল।
ঈশ্বৰে খ্ৰীষ্টত থাকি জগতখনক নিজৰ লগত মিলাইছিল --> যি জনে পাপ নাজানিছিল, তেওঁকেই আমাৰ বাবে পাপ কৰিলে।
অনেক কালৰ আগতে তুমি এই বিশ্বৰ ভিত্তিমূল স্থাপন কৰিলা --> কিন্তু তুমি হ’লে সদায় একে, তোমাৰ বছৰৰ কেতিয়াও শেষ নহ’ব.
যোহনে লিখা শুভবাৰ্তা 3:18
বিশ্বাস নকৰা জনক দোষী কৰা হ’ল.
পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে.
কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় --> কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে.
যোহনে লিখা শুভবাৰ্তা 3:36
পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে.
কিয়নো পাপৰ বেচ মৃত্যু --> কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন.
কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় --> কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে.
ৰোমীয়া সকলৰ প্ৰতি পত্ৰ 6:23
কিয়নো পাপৰ বেচ মৃত্যু --> কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন.
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই --> কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই.
কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় --> কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে.
পাঁচনি সকলৰ কৰ্ম 4:12
আত্মা আৰু কন্যাই কয় “আহা --> তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক.
এজনৰ তেজৰেই মানুহৰ সকলো জাতি সৃষ্টি কৰিলে --> যাতে তেওঁলোকে প্রভুক বিচাৰি পায়, আৰু তেওঁক পাব পারে + তেওঁ আমাৰ প্রতিজনৰ পৰা বেয়া নহয়।
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই --> কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই.
প্ৰকাশিত বাক্য 22:17
এজনৰ তেজৰেই মানুহৰ সকলো জাতি সৃষ্টি কৰিলে --> যাতে তেওঁলোকে প্রভুক বিচাৰি পায়, আৰু তেওঁক পাব পারে + তেওঁ আমাৰ প্রতিজনৰ পৰা বেয়া নহয়।
আত্মা আৰু কন্যাই কয় “আহা --> তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক.
কিয়নো পাপৰ বেচ মৃত্যু --> কিন্তু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ দ্বাৰাই ঈশ্বৰে দিয়া বিনামূলীয়া দান অনন্ত জীৱন.
যোহনে লিখা শুভবাৰ্তা 3:17
কিয়নো জগতক দোষী সাব্যস্ত কৰিবলৈ নহয় --> কিন্তু জগতে তেওঁৰ দ্বাৰাই পৰিত্ৰাণ পাবলৈহে ঈশ্বৰে পুত্ৰক জগতলৈ পঠিয়ালে.
পুত্ৰত বিশ্বাস কৰা জনৰ অনন্ত জীৱন আছে.
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই --> কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই.
পাঁচনি সকলৰ কৰ্ম 17:26
আত্মা আৰু কন্যাই কয় “আহা --> তেওঁ বিনামূল্যে জীৱন জল গ্ৰহণ কৰক.
এজনৰ তেজৰেই মানুহৰ সকলো জাতি সৃষ্টি কৰিলে --> যাতে তেওঁলোকে প্রভুক বিচাৰি পায়, আৰু তেওঁক পাব পারে + তেওঁ আমাৰ প্রতিজনৰ পৰা বেয়া নহয়।
তেওঁৰ বাহিৰে আন কতো পৰিত্রাণ নাই --> কিয়নো স্বৰ্গৰ তলত আৰু মানুহৰ মাজত যাৰ দ্বাৰা আমি উদ্ধাৰ পাম, এনে আন কোনো নাম নাই.
লিংক কপি হ'ল
এই অধ্যয়নটোৱে আপোনাক সহায় কৰিছে নেকি? চমু বা আপোনাৰ সম্পূৰ্ণ সাক্ষ্য দাঙি ধৰক — আপোনাৰ কাহিনীয়ে আন কাকো এই ছাইট বিচাৰি পাবলৈ সহায় কৰে।
আপোনাৰ অগ্ৰগতি সাঁচি থওক
বিকল্প। এই ছাইটটো ব্যবহাৰ কৰিবলে একাউণ্টৰ প্ৰয়োজন নাই।
আপুনি ফোন সলনি কৰিলে বা ব্ৰাউজাৰ ক্লিয়াৰ কৰিলেও আপোনাৰ কুইজ স্কোৰ আৰু প্ৰমাণপত্ৰ সুৰক্ষিত ৰাখক।
অগ্ৰগতি পুনৰুদ্ধাৰ কৰক
পুনৰুদ্ধাৰ কৰিলে এই ডিভাইচৰ অগ্ৰগতি সলনি হৈ যাব, আৰু ইয়াৰ পিছত প্ৰিণ্ট কৰা যিকোনো প্ৰমাণপত্ৰত অভিলেখত থকা নামটোৱেই থাকিব।